people become lucky who look alike his parent

লৰা আৰু ছোৱালী দেখাত মাক দেউতাকৰ দৰে হ’লে ভাগ্যশালী হয় ! সমুদ্ৰশাস্ত্ৰ।

  যদি ছোৱালী দেখিবলৈ দেউতাকৰ দৰে আৰু লৰা দেখিবলৈ মাকৰ দৰে হয় তেন্তে তেওঁলোকৰ প্ৰকৃতি কেনে হ’ব পাৰে ? তেওঁলোকৰ ভৱিষ্যত কেনে হ’ব পাৰে ? সামুদ্ৰিক শাস্ত্ৰ বিশ্বাস অনুসৰি মহিলা আৰু পুৰুষৰ শাৰীৰিক গঠন অনুসৰি তেওঁৰ স্বভাৱৰ কথা অনুমান কৰিব পাৰি ।

people become lucky who look alike his parent

এই শাস্ত্ৰ অনুসৰি ব্যক্তিৰ শৰীৰৰ অংগৰ বিবিধ লক্ষণৰ পৰা তেওঁ ধনবান আৰু দুখীয়া হোৱাৰ ৰহস্য জানিব পৰা যায়। এই শাস্ত্ৰত মানুহৰ মুখ, দাঁত আৰু হাতৰ আঙুলিৰ লক্ষণ অনুসৰি পুৰুষ আৰু মহিলাৰ ভৱিষ্যতৰ বিষয়ে জানিব পৰা যায়। সামুদ্ৰিক শাস্ত্ৰ অনুসৰি মানুহৰ চেহেৰা গঠনে সেই ব্যক্তিৰ বহু কথা প্ৰকাশ কৰে।

এই শাস্ত্ৰ অনুসৰি যি পুৰুষৰ মুখমণ্ডলৰ তেওঁৰ মাতৃৰ সৈতে সাদৃশ্য থাকে তেনে পুৰুষ দীৰ্ঘায়ু হয়, তেনে পুৰুষে জীৱনত সকলো ধৰণৰ সুখ শান্তি ভোগ কৰে, তেনে পুৰুষ তেজস্বী হয়, বিবাহিত জীৱনত সুখ শান্তি লাভ কৰিবলৈ সামৰ্থবান হয়, তেওঁলোকে সমাজত সন্মান আৰু যশস্যা লাভ কৰে।

people become lucky who look alike his parent

লগতে যি মহিলাৰ মুখমণ্ডল দেউতাকৰ সৈতে মিল থাকে তেওঁলোক ও যথেষ্ট ভাগ্যশালী। এনে মহিলা যি ঘৰলৈ বিবাহ হৈ যায় তেনে মহিলা  সেই ঘৰত সুখ সমৃদ্ধি বিৰাজ কৰে, তেনে মহিলাৰ উচ্চ শিক্ষাৰ যোগ থকাৰ লগতে তেওঁলোক বুদ্ধিমান হয়। এনে মহিলাই পৰিয়ালৰ সৈতে মধুৰ সম্পৰ্ক বজাই ৰাখিব পাৰে।

এই উভয় পুৰুষ – মহিলাই জীৱনত বহুত সুনাম অৰ্জন কৰাৰ উপৰিও বিলাসী জীৱন ভোগ কৰিবলৈ সক্ষম হয়।

Assamese comedy video 

চৰিত্ৰহীন নাৰীৰ ৪ টকা সংকেট জানিবলৈ তলত ক্লিক কৰক 👇

চৰিত্রহীন মহিলাৰ পৰিচয় কেনেকৈ পাব ? –

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *