Better characters of girls

  ভাৰতীয় সংস্কৃতি আৰু পৰম্পৰাত মহিলাক দেৱীৰ সৈতে তুলনা কৰা হয়। সেয়ে আমাৰ সমাজৰ প্ৰত্যেক জনৰ বাবে প্ৰয়োজন মহিলাক সন্মান কৰা আৰু মহিলাৰ স্বাধীনতা ৰক্ষা কৰাৰ। এজনী নাৰীৰ গাত সকলো গুণ যেনে, নম্ৰতা, কোমলতা আৰু মমতা সদাই বিৰাজমান। এই গুণ সমূহ থকাৰ বাবেই  এজনী নাৰীক দেৱীৰ শাৰীত ৰখা হয়। কিন্তু জানি থব, যেনেকৈ মানুহৰ হাতৰ আঙুলি  সকলো সমান নহয়, ঠিক তেনেদৰে প্ৰত্যেক স্ত্ৰীৰ গাত মমতাময়ী গুণ বিৰাজান নোহোৱা স্বাভাৱিক। আমাৰ সমাজত নাৰীক অধিক সন্মান দিয়াৰ উপৰিও দায়িত্ব অৰ্পন কৰা হয় বহুত। আৰু যেতিয়া নাৰীয়ে পৰিয়াল আৰু সমাজৰ দায়িত্ব ভালদৰে পালন কৰে , সেই পৰিয়াল আৰু সমাজত বিপদ বিঘিনিৰ সৃষ্টি নহয়।

Chanakya principles for good girls

 যেনেকৈ বহু মহিলাই নিজৰ পৰিয়ালৰ মান মৰ্যদা অটুট ৰাখিবলৈ সদাই যত্নপৰ থাকে, নিজৰ ব্যক্তিগত আৰু সামাজিক আচৰণৰ পবিত্ৰতা ৰক্ষা কৰে, তাৰ বিপৰীতে এনে কিছু মহিলা আছে যিসকল সদায়ে সমাজৰ বিনাশৰ কাৰণ হৈ পৰে। আৰু তেনে স্ত্ৰীক সমাজৰ কলংক বুলি অভহিত কৰা হয়। এই মহিলাৰ বিষয়ে অধ্যয়ন কৰা আৰু ধাৰণা কৰা খুবেই অসম্ভৱ আৰু অসম্ভৱ তেওঁলোকৰ কাম কাজ আৰু আচাৰ ব্যৱহাৰৰ লগতে তেওঁলোকৰ নৈতিক চৰিত্ৰ জনাৰ। ভাৰতীয় দাৰ্শনিক চাণক্যই এনে কিছুমান কথা ব্যক্ত কৰিছিল যাৰ পৰা এই অসৎ অভিপ্ৰায়ৰ মহিলাক তেওঁলোকৰ মুখৰ আকাৰত চিনাক্ত কৰিব পাৰি।

১) চাণক্য নীতি অনুসৰি যিসকল মহিলাৰ ভৰিৰ কণিষ্ঠ আঙুলি আৰু তাৰ কাষৰ আঙুলি মাটি স্পৰ্শ নকৰে,  আৰু এই কণিষ্ঠ আঙুলি যদি কাষৰ আঙুলিত কৈ সামান্য ডাঙৰ থাকে, তেওঁলোকে নিজৰ সুবিধা আৰু সময় বুজি চৰিত্ৰ সলনি কৰে। এনেধৰণৰ মহিলা অত্যাধিক ৰাগী আৰু খঙাল হয়। এওঁলোকৰ চৰিত্ৰৰ ওপৰত কোনোদিনে বিশ্বাস কৰিব নোৱাৰি, নোৱাৰি সহজতে এওঁলোকক নিয়ন্ত্ৰণ কৰিব।

২) যিসকল মহিলাৰ ভৰিৰ গোৰোহাৰ পিছ ভাগ অতি মোটা থাকে তেনে মহিলাক ঘৰৰ বাবে অশুভ মান্যতা দিয়া হয়।

excellent qualities of male person

৩) যিসকল মহিলাৰ ভৰিৰ পতাৰ অগ্ৰভাগ অতি নিশকতীয়া হয় , তেওঁলোকৰ জীৱন আৰু পৰিস্থিতি সদাই দুখৰ হয়। আৰু যি মহিলাৰ কাণত অত্যাধিক নোম থাকে তেনে মহিলাই ঘৰত সদায় অশান্তিৰ কাৰক হৈ থাকে।

৪) যিসকল মহিলাৰ পেটত কলহৰ দৰে আগফালে চৰ্বি জমে তেওঁলোকক সদাই দৰিদ্ৰতাই খেদি ফুৰে। লগতে পেট ভিতৰলৈ বহু বেছি সোমাই থকাও মহিলাৰ বাবে অশুভ মনা হয়। যি মহিলাৰ কঁকাল বহু ভাৰি হয়, সেই মহিলা স্বামীৰ বাবে অশুভ মনা হয়। যি মহিলাৰ ওপৰৰ ওঠৰ ওপৰত অত্যাধিক নোম থাকে, তেওঁ স্বামীৰ বাবে অশুভ বুলি প্ৰমাণিত হৈ আহিছে। যি মহিলাৰ দাত বাহিৰলৈ ওলাই থাকে, তেনে মহিলাৰ জীৱনত দুখ নুগুচে। যি মহিলাৰ হাতৰ শিৰা বাহিৰলৈ ওলাই থাকে, তেনে মহিলা সদায় সুখ আৰু ধন সম্পত্তিৰ পৰা বঞ্চিত থাকে। যি মহিলাৰ চকু পাতল হালধীয়া হয়, তেনে মহিলাৰ চৰিত্ৰৰ ওপৰত বহু প্ৰশ্নৰ অৱকাশ আছে বুলি চাণক্যই কব খোজে। আৰু যি মহিলাৰ চকু অতি পৰিষ্কাৰ আৰু ফুটফুতিয়া, তেনে মহিলা অতি চৰিত্ৰবান বুলি অভহিত কৰিছে।

ফুলশয্যা নিশা স্বামীয়ে স্ত্ৰীৰ পৰা কি বিচাৰে জানিবলৈ তলত ক্লিক কৰক

ফুলশয্যা নিশা প্ৰত্যেক স্বামীয়ে স্ত্ৰীৰ পৰা আশা কৰে এইকেইটা বস্তু !!

Share it with:

1 Comment

  1. Kot likhi thoi goise chanakya a aibur kotha jonabo niki..

Leave a Reply

Your email address will not be published. Required fields are marked *