Amazing facts of girl

৮০% ছোৱালীয়ে এই কাম কৰে যিটো মানুহে নাজানে ! Amazing facts

 জানেনে ৮০% ছোৱালীয়ে নিজৰ দুখবোৰ চকুপানীৰ মাধ্যমেৰে বাহিৰ কৰি পেলাই , যিটো মাত্ৰ ২৫% লৰাইহে  কৰিব পাৰে। যেতিয়া মানুহে টোপনীৰ সময়ত সপোন দেখে তেতিয়া কনচিয়াছ মাইণ্ড আৰু চাব – কনচিয়াছ মাইণ্ডৰ মাজত বহু কথা বতৰা চলি থাকে । আৰু এইটো কথা জানেনে “ৰেষ্টফবিয়া”  এনে এটি ভয় যাৰ ফলত ছোৱালীয়ে কাপোৰ পিন্ধিবলৈকে ভয় কৰে , যিটো শিশুৰ মাজতো বেছিকৈ দেখা যায় আৰু কিজানি আপুনিও বহুবাৰ এই ভয়ৰ মুখামুখি হৈ আছে। আজি আপোনালোকক এনে ধৰণৰ ১০ টি আচৰিত কথা (Amazing psychological facts) ৰ বিষয়ে যুগুতাই দিয়া হৈছে সেইবোৰ জানি আপুনিও স্তম্ভিত হ’ব কিছু সময়ৰ বাবে।

Walking style identify characters of a girl

১০) জানেনে বন্ধুত্ব কৰা আৰু সেই বন্ধুত্ব ধৰি ৰখাৰ আটাইতকৈ ভাল উপায় কি ? মনোবিজ্ঞানৰ অনুসৰি বন্ধুত্ব ধৰি ৰাখিবলৈ আটাইতকৈ ভাল উপায় হৈছে ২০ – ৮০ ৰুল মানি চলা। অৰ্থাৎ ২০ % কথা বন্ধুৰ আগত আপুনি কওঁক আৰু ৮০% কথা বন্ধুক কবলৈ সুবিধা দিয়ক , এনে কৰিলে বন্ধুত্ব চিৰযুগমীয়া হয়।

৯) মনোবিজ্ঞান অনুসৰি যিসমূহ লোক অকলশৰীয়া থাকি ভাল পায় সেই লোকৰ মাজত সাংঘাটিক কিছু গুণ সমৃদ্ধ হৈ থাকে । সেই গুণ সমূহ হৈছে :- ১) তেওঁলোক আত্মবিশ্বাসী আৰু ইতিবাচক চিন্তাৰ হয়। ২) তেওঁলোকে নিজৰ নিয়ম নিজে তৈয়াৰ কৰে আৰু সেয়া নিয়মানুৱৰ্তীতাৰে পালনো কৰে। ৩) তেওঁলোকে নিজকে নিজৰ ভাল বন্ধু বুলি স্বীকাৰ কৰে আৰু লোকৰ কথাত মন নিদিয়ে । ৪) তেওঁলোকে অদৰকাৰী কথাত সময় নষ্ট নকৰে। ৫) তেওঁলোকে নিজৰ সৰু ডাঙৰ ভুলৰ পৰা শিকে আৰু নিজৰ চিন্তাত মজবুত হৈ থাকে।

৮) জানেনে আপুনি এজন নহয় আপুনি হৈছে তিনিজন ব্যক্তি। মনোবিজ্ঞান অনুসৰি এজন মানুহৰ মাজত এজন নহয় তিনিধৰণৰ মানুহৰ ব্যক্তিত্ব থাকে। শুনিবলৈ আচৰিত লাগিলেও এইটো সত্য। প্ৰথমটি হৈছে আপুনি এজন যিয়ে নিজৰ কথা চিন্তা কৰে , দ্বিতীয়টি হৈছে আনে আপোনাক কি ভাবে বা কেনে দেখে আৰু তৃতীয়তে হৈছে আপোনাৰ বাস্তৱ ব্যক্তিত্ব অৰ্থাৎ বাস্তবত আপুনি কেনে মানুহ ।

৭) মানুহে কেতিয়াও সপোনত কোনো অচিন ব্যক্তিক নেদেখে । মানুহে সপোনত সেইবোৰ বস্তু বা সেইসকল ব্যক্তিকহে দেখে যি সমূহ মানুহৰ মগজুৰ দ্বাৰা ইতিমধ্যে পৰিচিত।

৬) মনোবিজ্ঞানৰ অনুসৰি, যদি আপুনি কাৰোবাৰ দ্বাৰা কিবা কাম কৰাব বিচাৰে তেন্তে প্ৰথমে আপুনি তেওঁক কিবা এটি ডাঙৰ কামৰ কথা কওঁক বা অনুৰোধ কৰক যিটো তেওঁ নাকচ কৰিব, তাৰ পিছতহে সেই কামৰ কথা কওঁক যিটো আপুনি সঁচাই তেওঁৰ দ্বাৰা কৰাব বিচাৰে। এনে কৰিলে আপোনাৰ কামৰ প্ৰস্তাৱ তেওঁ গ্ৰহণ কৰাৰ সম্ভাৱনা বেছি থাকিব। লগতে আৰু এটি কাম কৰিব পাৰে সেয়া হৈছে, আপুনি চিধাই তেওঁক কামটিৰ বিষয়ে নকৈ তেওঁক প্ৰথমে অনুৰোধ কৰিব পাৰে । এনে কৰিলে মানুহৰ মগজু বেলেগ বেলেগ ধৰণে প্ৰভাৱিত হয় আৰু কাম হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।

Five serious problems arising from head injury

৫) মানুহে যেতিয়া দৃঢ় সংকল্পৰে কোনো কথা নিজকে বা আন কাৰোবাক কয় তেতিয়া লগে লগে মগজুৱে তাৎক্ষণিক ক্ৰিয়া – প্ৰতিক্ৰিয়া কৰা আৰম্ভণি কৰে। বিভিন্ন মনোবিজ্ঞানৰ গবেষণাত প্ৰকাশ যে যেতিয়াই আপুনি কিবা সংকল্প গ্ৰহণ কৰিব তেতিয়া তাৎক্ষণিক ভাৱে সেই কামৰ বাবে নিয়োজিত মগজুৰ কোষ সমূহ সক্ৰিয় হ’বলৈ আৰম্ভ কৰে।

৪) আপুনি জানেনে প্ৰত্যেক ব্যক্তি প্ৰতি দহ বছৰত এক নতুন ব্যক্তিত্ব লাভ কৰে অৰ্থাৎ এজন নতুন মানুহ প্ৰস্তুত হৈ যায়। মনোবিজ্ঞান অনুসৰি প্ৰত্যেক মানুহৰ ইচ্ছা শক্তি আৰু প্ৰয়োজন প্ৰতি দহ বছৰত সলনি হয়। ভাবি চাওক আপুনি দহ বছৰ আগতে কি বিচাৰিছিল আৰু আজি আপোনাৰ প্ৰয়োজন কি ?

৩) আপুনি কেতিয়াবা এনে কথা শুনিছেনে যে মানুহৰ এটি ৰোগ হলে তেওঁ কোনোদিনে  সপোন নেদেখে ? Personality disorder এনে এক মানসিক ৰোগ যাৰ ফলত ব্যক্তি বিশেষে টোপনিত কোনোদিন সপোন নেদেখে আৰু এনে ৰোগ খুব কম মানুহৰ হয়। এই ৰোগ প্ৰতি এক লাখ মানুহৰ ভিতৰত এজনৰ গাত থাকিব পাৰে।

২) এজনী ছোৱালীয়ে কাৰোবাৰ বিষয়ে জানিবলৈ যদি কিবা প্রশ্ন কৰে তেতিয়া তেওঁ সেইসমূহ প্ৰশ্নহে কৰে যাৰ উত্তৰ সমূহ তেওঁৰ জানা থাকে। আৰু এইটোৰ পৰা তেওঁ প্রমাণ কৰিব বিচাৰে যে উত্তৰ বোৰ শুদ্ধ নে অশুদ্ধ।

boys in deep love practices these 7 things

১) Frustration attraction এনে এবিধ মানসিক ৰোগ, যিটো বহু লোকৰ প্ৰকৃত জীৱনতো ঘটি থাকে। এই ৰোগ হ’লে কি হয় জানি আপুনি আচৰিত হৈ পৰিব। ধৰাহ’ল আপুনি কাৰোবাক খুব ভাল পাই আৰু তেওঁৰ সৈতে কথা পাতিব বিচাৰে কিন্তু সেই লোকজনে আপোনাক অকণমানো পাত্তা দিয়া নাই তেতিয়া আপোনাৰ সেই লোকজনৰ প্ৰতি আসক্তি দুগুণে বৃদ্ধি হয় । এই অৱস্থাক কোৱা হয় frustration attraction .

চৰিত্ৰহীন নাৰী চিনিবলৈ তলত ক্লিক কৰক

চৰিত্রহীন মহিলাৰ পৰিচয় কেনেকৈ পাব ? –

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *