Good practices in family relationship

ৰাতিপুৱা স্বামী – স্ত্ৰী কমপক্ষে ৫ মিনিট জোৰকৈ সাৱটি ধৰি শুই থকাৰ উপকাৰ !

  স্ত্ৰী শব্দটি এটি অতি সৰু শব্দ হলেও ই অতিশয় দুৰ্বোধ্য। আমাৰ সমাজত এজন পুৰুষৰ বাবে স্ত্ৰী হৈছে বহু আকাংক্ষিত মানুহ , যাৰ বাবে হয়তো ছিংগল লৰা সমূহে বহু চেষ্টা কৰি এজনী গাৰ্লফ্রেণ্ড যোগাৰ কৰে আৰু তেওঁক লৈ ভৱিষ্যত জীৱনত ঘৰ সংসাৰ কৰাৰ সপোন দেখে। ভৱিষ্যতে তেওঁ তেওঁৰ সৈতে বিবাহপাশত আবদ্ধ হওঁক বা নহওঁক প্ৰেমৰ সম্পৰ্কত এজনী নাৰী এজন পুৰুষৰ বাবে এক বহু আশাপ্ৰদ সম্পদ। প্ৰত্যেক পুৰুষৰ কাম্য যে তেওঁৰ স্ত্ৰী বহুত ভাল হওঁক, ধুনীয়া হওঁক ইত্যাদি ইত্যাদি। মহাপুৰুষ আৰু জ্ঞানী লোক সকলে স্ত্ৰীৰ বিষয়ত বহু কথা কৈ গৈছে আৰু কিছু লিখি থৈ গৈছে তাৰে কিছু কথা যুগুতাই দিয়া হৈছে।

Good practices in realtionship

 

১) যি স্বামী টোপনিৰ পৰা ৰাতিপুৱা সোনকালে উঠি পত্নীক ৫ মিনিটৰ বাবে জোৰকৈ সাৱটি ধৰে সেই স্বামীৰ কৰ্মক্ষেত্ৰত বিপদৰ আশংকা কম হয়। – ৰবীন্দ্ৰনাথ ঠাকুৰ।

২) বোৱাৰী হৈছে গৃহলক্ষ্মী, সেয়ে তেওঁলোকক যিমান আদৰ কৰা যায় সিমানে সংসাৰত শান্তি হয়। – হুমায়ুন আহমদ।

৩) স্ত্ৰীক যথেষ্ট পৰিমাণে সময় দিয়ক নহলে যথেষ্ট পৰিমাণে বিশ্বাস কৰক, সংসাৰ আৰু যুদ্ধক্ষেত্ৰ মনত নপৰিব। – সুনীল গঙ্গোপধ্যায় ।

৪) ছোৱালীৰ অভিমান আৰু ভালপোৱা দুয়োটাই বেছি । এই অভিমান সমূহক ভালপোৱা আৰু প্ৰেমৰ দৃষ্টিৰে নিৰীক্ষণ কৰা এজন স্বামীৰ দায়িত্ব। – ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ।

৫) সেইজন পুৰুষ কাপুৰুষ যিয়ে পত্নীক প্ৰেমিকাৰ দৰে গ্ৰহণ নকৰে। – কাজী নজৰুল ইছলাম।

৬) প্ৰতিদিনে নিজৰ স্ত্ৰীক এবাৰ ভাল পাওঁ বুলি কওঁক , মূৰৰ পৰা সকলো দুশ্চিন্তা দূৰ হ’ব । – সত্যজিৎ ৰায়।

৭) মন ভালে ৰাখিবলৈ নিজৰ স্ত্ৰীক আপোনাৰ ফেচবুক, হোৱাতচ’এপ , নোটপেদ আদি সকলোৰে ধৰণৰ একাউণ্টৰ পাছৱৰ্ড জানিবলৈ দিয়ক। – মাৰ্ক জোকাৰবাৰ্গ।

Good practices in relationship

৮) স্ত্ৰীক সপ্তাহত এবাৰ ফুচকা খাবলৈ লৈ যোৱা আৰু মাহত এবাৰ ফুৰিবলৈ লৈ গলে স্বামীৰ স্বাস্থ্য ভালে থাকে। – সমৰেস মজুমদাৰ।

৯) অন্য স্ত্ৰীৰ সৈতে পৰকীয়া প্ৰেম কৰাতকৈ নিজৰ স্ত্ৰীৰ সৈতে দুবেলা লঘোন থকাই শ্ৰেয়। – জাহিৰ ৰাইহান।

১০) এটি শিশু জন্ম দিবৰ বাবে স্ত্ৰীয়ে যিমান কষ্ট কৰে তাক কোনো পিতৃয়ে প্ৰেম ভালপোৱাৰ দ্বাৰা পৰিশোধ কৰিব নোৱাৰে, সেয়ে সন্তানৰ পিতৃৰ দায়িত্ব হৈছে সেই সন্তানৰ মাতৃক কোনোদিনে কষ্ট নিদিয়াকৈ ৰখাটো। – ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ।

১১) যুদ্ধত বিজয়ী হলেই প্ৰকৃত বিপ্লৱী নকয়, প্ৰকৃত বিপ্লৱী সেইজন যিজন নিজৰ স্ত্ৰীৰ মনত বিজয়ী। – ছে গুৱেভেড়া।

প্ৰেম বিবাহ নে পাৰিবাৰিক বিবাহত সুবিধা বেছি জানিবলৈ তলত ক্লিক কৰক

প্ৰেম বিবাহ Vs পাৰিবাৰিক বিবাহ ! উত্তম কি ? সুবিধা কত বেছি ? কাৰণসমূহ :-

Share it with:

3 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *