Female umbilicus hidden facts

    এই পৃথিৱী বহু ৰহস্যময় ; ইয়াত ইমানেই কিছু ৰহস্য আছে যে যাৰ সম্পৰ্কত আমাৰ ধাৰণাই নাই। নাৰীৰ ক্ষেত্ৰত এনে এক ৰহস্যময় আৰু আকৰ্ষণীয় অংগ হৈছে তেওঁলোকৰ নাভি। পুৰুষে নাৰীৰ এই নাভি লাজ লাজকৈ মনে মনে প্ৰত্যক্ষ কৰে।

Hidden facts of woman umbilicus

  পুৰুষ মহিলা উভয়ৰে সাধাৰণতে নাভি কুণ্ডলী বাহিৰৰ ফালে থাকে। পৃথিৱীৰ মাত্ৰ ১০ শতাংশ মানুহৰহে নাভি কুণ্ডলী ভিতৰৰ ফালে থাকে। ভগৱানৰ আচৰিত সৃষ্টি এই নাভি ! সন্তান গৰ্ভস্থ হোৱাৰ সময়ত মাক আৰু সন্তানৰ মাজত সংযোগ হৈ থাকে এডাল নলিকা যাক নাভি নলিকা কোৱা হয় ; আৰু সন্তান ভূমিস্থ্য হোৱাৰ পিছত এই নলিকা কাটি পেলাই মা আৰু সন্তানক পৃথক কৰা হয়, তাৰ পিছতে সন্তানৰ নাভি গঠন হয়। নাভিৰ সৈতে জড়িত বহু বিস্ময়কৰ আৰু অবাক কথা আছে।

১) প্ৰতিবছৰে এই পৃথিৱীত প্ৰায় ২ লাখ লোকে নাভি কুণ্ডলীৰ প্লাষ্টিক চাৰ্জাৰী কৰে। ইয়াৰ প্ৰায় এক লাখ ৮০ হাজাৰ লোকে অস্ত্ৰোপচাৰ কৰি নাভি কুণ্ডলী ভিতৰলৈ নিয়ে।

২) গৱেষণাত প্ৰকাশ যে প্ৰতি ৬০ জন লোকৰ নাভিত প্ৰায় আঢ়ৈ হাজাৰ বেলেগ বেলেগ বেক্টেৰিয়া বসবাস কৰে।

৩) গৰ্ভৱতী মহিলাৰ নাভি কুণ্ডলী জৰায়ুত গৰ্ভস্থ হোৱা শিশুৰ চাপৰ ফলত বাহিৰলৈ ওলাই আহে।

৪) গৱেষণাত প্রকাশ যে যিসকল নাৰীৰ নাভি কুণ্ডলী বাহিৰৰ ফালে থাকে সেই নাৰী পুৰুষৰ চকুত আকৰ্ষণীয় নহয়।

৫) চিকিৎসকৰ মতামত অনুসৰি যিসকল শিশুৰ নাভি কুণ্ডলী বাহিৰৰ ফালে থাকে সেইসকল কম ৰোগাক্ৰান্ত হয়।

এতিয়া শুনক নাভিৰ সতে নাৰীৰ গোপন চৰিত্ৰৰ ৰহস্যময় কথাসমূহ :-

Benefits of oil application in umbilicus

১) যিসকল নাৰীৰ নাভি গোলাকৃতিৰ হয় তেওঁলোক খুব সহজ সৰল আৰু সংযত হয়। শাস্ত্ৰত উল্লেখিত যে এই নাৰীয়ে পৰিয়ালত সুখ সমৃদ্ধি কঢ়িয়াই লৈ আহে।

২) গভীৰ নাভি :- যিসকল নাৰীৰ নাভি কুণ্ডলী বেছিকৈ ভিতৰলৈ সোমাই থাকে তেনে নাৰী বন্ধুত্ব আৰু প্ৰেমত মচগুল থাকে। এওঁলোকে সম্পৰ্কত থকা জনক প্ৰতাৰণা নকৰে। শাস্ত্ৰত আছে যে এই সংসাৰত এওঁলোকে সুখ সমৃদ্ধিশালী জীৱন ভোগ কৰিব পাৰে।

৩) চন্দ্ৰকাৰ নাভি :- যি নাৰীৰ নাভি চন্দ্ৰকাৰ তেনে মহিলাৰ পৰা পুৰুষ সাৱধান থকা উচিত। এই মহিলাই আনক বিশ্বাস নকৰে ।

Hidden facts of women umbilicus

৪) নাভি কুণ্ডলী বাহিৰৰ ফালে ওলাই থাকিলে সেই নাৰী সৌভাগ্যশালি হয়। এওঁলোকৰ ধন ধান উভৈনদী হয়।

৫) নাভি কুণ্ডলী অতিমাত্ৰা বাহিৰলৈ ওলোৱা হ’লে সেই নাৰী কঠোৰ প্ৰকৃতিৰ হোৱা দেখা যায়। এওঁলোকে গৰ্ভৱতী হোৱাৰ সময়ত অনেক সমস্যাৰ সন্মুখীন হ’ব পাৰে ।

৬) বেছি সংবেদনশীল নাভি :- যিসকল নাৰীৰ নাভি বেছি সংবেদনশীল হয় তেওঁলোক স্ফুৰ্তি আৰু হাঁহি মুখৰ হয়। এওঁলোকে বহু কঠিন পৰিস্থিতিটো মুখৰ হাঁহি বজাই ৰাখিব জানে।

বহু চেষ্টাৰ পিছতো সন্তান জন্ম নোহোৱা সকলে কি কৰিব জানিবলৈ ক্লিক কৰক

বিয়াৰ পিছত পুৰুষ মহিলাৰ সন্তান নোহোৱাৰ কাৰণ জানি লওঁক !

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *