PRAY WORSHIP UNDER TULSI PLANT TO GET BLESSINGS OF MA DURGA

বেলবৰণৰ দিনা এই শুভ কাম কৰিলে চমৎকাৰ হ’ব !!আহিব ভাল খবৰ !!

বেলবৰণৰ দিনা এই শুভ কাম কৰি চমৎকাৰ কৰক !! আহিব ভাল খবৰ !!

PAY WORSHIP UNDER TULSI PLANT TO GET BLESSINGS OF MA DURGA AND MA LAKHMI DEVIGET MORE BLESSINGS OF MAA DURGA TODAY

  আজি দুৰ্গা পূজাৰ ষষ্ঠী তিথি অৰ্থাৎ বেলবৰণ । সেয়ে আজিৰ এই পবিত্ৰ সন্ধিয়া এই শুভকাম কৰিলে মা দুৰ্গা আৰু মা লক্ষ্মীৰ অত্যাধিক আশীষ লাভ কৰিব পাৰি বুলি বিশ্বাস কৰা হয়।

 আজি বেলবৰণৰ সন্ধিয়া তুলসী তলত এটি চাকি জ্বলাওক। যদি ঘিৰ চাকি জ্বলাই তেন্তে কপাহৰ শলিতা দিব আৰু যদিহে মিঠাতেলৰ চাকি জ্বলাই তাত ৰঙা সূতাৰ শলিতা দিবলৈ নাপাহৰিব। লগতে মনত ৰাখিব যে ভগা আৰু লেতেৰা চাকিৰে এই পৱিত্ৰ কাম সিদ্ধি নহ’ব। সেয়ে পৰিষ্কাৰ আৰু নতুন চাকি উত্তম। শুদ্ধ আৰু পবিত্ৰ মনে এই বন্তি জ্বলাই সময়ত মা লক্ষ্মী আৰু মা দুৰ্গা উভয়কে স্মৰণ কৰিব।

GET MORE BLESSING OR LORD DURGA TOWARDS GOOD HEALTH

  ঠিক একে সময়তে মা লক্ষ্মীৰ মহামন্ত্ৰটি ” ঔম মহালক্ষ্মী নমঃ” তিনিবাৰ জপ কৰিব। এনে কৰিলে সকলো দেৱ দেৱী সন্তুষ্ট হয়। ইয়াৰ উপৰিও মা লক্ষ্মী অত্যন্ত সুখী হ’ব আৰু আপোনাৰ ওপৰত মা লক্ষ্মীৰ শুভ দৃষ্টি উদয় হ’ব লগতে দুহাত ভৰি আশীৰ্বাদ প্ৰদান কৰিব। যাৰ ফলত আপোনাৰ অৰ্থ সংকট দূৰ হ’ব আৰু কোনোদিনে ধন টকাৰ অভাৱ দেখা নিদিয়ে।

indian beliefs regarding durga devi

এনেদৰে তুলসী তলত প্ৰদীপ জ্বলালে ঘৰত বেয়া শক্তিৰ প্ৰভাৱ নপৰে আৰু ঘৰৰ পৰা অশান্তি অমংগল আদি দূৰ হ’ব আৰু ঘৰলৈ অতি শিঘ্ৰে ভাল খবৰ আহিব  বুলি বিশ্বাস কৰা হয়।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *