ব্ৰজয়ন্তী মালা image

জন্মাষ্টমীৰ শুভ সময় কেতিয়া ? জন্মাষ্টমীৰ আগতে কি কৰিলে ঘৰৰ মঙ্গল হব?

কৃষ্ণ জন্মাষ্টমীৰ শুভ মূহুৰ্ত কিমান সময়ত ,শুভ সময়ত পূজা কৰিলে কি বিশেষ সুফল প্ৰাপ্তি হয় ?

  ভগৱান বিষ্ণুৰ আঠ নং অৱতাৰ হৈছে ভগৱান শ্ৰীকৃষ্ণ। 

The world best architecture lord Krishna

 ভাদমাহত কৃষ্ণ পক্ষৰ তিথিত ৰুহিনী নসত্য ৰাতি বাৰ বজাত বাসুদেৱ আৰু দৈৱকীৰ অষ্টম সন্তান ৰূপে দুস্তক বিনাষ সৃষ্টিক পালন কৰিবলৈ এই ধৰালৈ ভগৱান বিষ্ণুৰ অষ্টম অৱতাৰ ৰূপে প্ৰভু ভগৱান শ্ৰীকৃষ্ণৰ জন্ম হৈছিল।

Universe best architecture lord Krishna

 গতিকে এই ৰাতিৰ বিশেষ মৰ্যদা আছে।প্ৰতি বছৰে ভাদ মাহৰ কৃষ্ণ পক্ষৰ অষ্টমী তিথিটিক জন্মাষ্টমী ৰূপে পালন কৰা হয়।

  এইবাৰ এই তিথি পৰিছে ইংৰাজী ৩০ আগষ্ট সোমবাৰ ২০২১ , অসমীয়া ১৩ ভাদ সোমবাৰ, ১৪২৮ খ্ৰীষ্টাব্দত। আৰু পূজা কৰাৰ সময় হৈছে ৩০ আগষ্ট ৰাতি ১১:৫৯ মিনিটৰ পৰা ৩১ আগষ্ট দিনৰ ১২:৪৪ মিনিটলৈ । এই সময়ত পূজা অৰ্চনা কৰিলে বিশেষ সুফল লাভ কৰিব পৰা যায়।

 

World best engineer lord Krishna

  এই দিনটি অত্যন্ত গুৰুত্বপূৰ্ণ দিন। এই দিনটিৰ বহুতো মহত্ব আছে আৰু এই দিনটিত কিছু কাম কৰাৰ পৰা বিৰত থকা উচিত নহলে বিপদে দেখা দিব পাৰে । এই কাম সমুহ কৰাৰ পৰা বিৰত থকা উচিত :-

(১) শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ দিনটিত আমিষ গ্ৰহণ কেতিয়াও কৰিব নালাগে। এই দিনত ব্ৰত ৰখাটো অতি মঙ্কলজনক আৰু যদিও নোৱাৰে নিৰামিষ আহাৰ গ্ৰহণ কৰিব। এনে কৰিলে ভগৱান শ্ৰীকৃষ্ণৰ কৃপা আপোনাৰ লগত সদায় থাকিব।

 

Jonmastomi festival

(২) জন্মাষ্টমীৰ দিনটিত সাপ নিধন কৰিব নালাগে। এই দিনটিত সাপ নিধন কৰিলে ভগৱান শ্ৰীকৃষ্ণ ৰুষ্ট হব আৰু বিপদ দেখা দিব পাৰে।

King cobra with krisna

সেয়ে এই দিনটোত কেতিয়াও সাপ নিধন নকৰিব।

(৩) কৃষ্ণৰ জন্মাষ্টমীৰ দিনটিত যদি গৰু আপোনাৰ ঘৰত প্ৰবেশ কৰে কেতিয়াও মাৰ ধৰ কৰি খেদি নিদিব। এই দিনটিত যদি গৰু আহে তেন্তে কিবা নহয় কিবা খাদ্য খাব দিব লাগে।

Lord Krishna vehicle cows

 এনে কৰিলে ভগৱান শ্ৰীকৃষ্ণ সন্তুষ্ট হ’ব । সেয়ে এই জন্মাষ্টমীৰ দিনটিত গৰুক কিবা নহয় কিবা খাদ্য খুৱাব পাৰিলে অত্যন্ত মংগলজনক।

(৪) জন্মাষ্টমীৰ দিনটিত শ্ৰীকৃষ্ণক পূজা কৰোতে তুলসী পাত নোলোৱাকৈ কেতিয়াও নাথাকিব কাৰণ তুলসী পাত ভগৱান শ্ৰীকৃষ্ণৰ অত্যন্ত প্ৰিয়।

(৫) জন্মাষ্টমীৰ দিনটিত কেতিয়াও ঘৰখন অপৰিস্কাৰ কৰি নাৰাখিব কাৰণ এই দিনটিত জগতৰ পতি ভগৱান শ্ৰীকৃষ্ণৰ জন্ম হৈছিল। এই দিনটিত যিমান পাৰে ঘৰখন চাফ চিকুন কৰি ৰমকজমক কৰি ৰাখিব লাগে। এনে কৰিলে ভগৱান শ্ৰীকৃষ্ণৰ কৃপা দৃষ্টি আপোনাৰ ওপৰত সদায়ে থাকিব।

আৰু জানক

Excellant home appliances cleaning idea

দাগৰে লেতেৰা দেখা প্লাস্টিক বাল্টি  মগ এনেদৰে চকচকীয়া কৰক !

জন্মাষ্টমীৰ আগতে ঘৰৰ মংগলৰ বাবে কৰক এই কাম, ভাগ্য সলনি হব ।

 ভগবান শ্ৰীকৃষ্ণই মানৱ জীৱনচক্ৰ অৰ্থাৎ জন্ম, মৃত্যু, সুখ, দুখ আদি সকলোবোৰ পাৰ কৰিছিল আৰু সেই বাবে তেওঁক পূৰ্ণ অৱতাৰ বুলিও কোৱা হয়। জন্মাষ্টমীৰ আগতে এই কাম কৰিলে বহুত সৌভাগ্যশালি হ’ব পৰা যায় ।

(১) জন্মাষ্টমীৰ আগতে যদি ঘৰলৈ ময়ূৰৰ পাখি আনিব পৰা যায় তেন্তে ঘৰখনত সুখ শান্তি আহে আৰু ও অমংগল দূৰ হয়।

(২) জন্মাষ্টমীৰ আগতে যদি ভগৱান শ্ৰীকৃষ্ণৰ মূৰ্তিৰ ওচৰত ব্ৰজয়ন্তী মালা ৰাখিব পাৰে তেন্তে অত্যন্ত মঙ্গল বুলি কোৱা হয় এনে কৰিলে ধন সম্পত্তি বৃদ্ধি হয় আৰু ঋণ মুক্ত হব পাৰি।

 এই ব্রজয়ন্তী মালাই শৰীৰ ঠাণ্ডা কৰি ৰাখে। গতিকে এই মালা ঘৰলৈ আনিলে সকলো ফালৰ পৰা শান্তি আহে।

আৰু পঢ়ক

carrot is a super food

ক্লিক কৰি পঢ়ক 👇👇

পাচলিয়ে নহয় গাজৰ হৈছে এবিধ Super Food !!

(৩) ঘৰত যদি ৰাধা কৃষ্ণৰ ফটো বা মূৰ্তি নাই তেন্তে জন্মাষ্টমীৰ আগতে ৰাধাকৃষ্ণৰ মূৰ্তি বা ফটো ঘৰলৈ আনিলে অত্যন্ত মংগল হয়।

(৪) জন্মাষ্টমীৰ আগতে এখন নতুন হালধীয়া বস্ত্ৰ ঘৰলৈ অনাটো অত্যন্ত মঙ্গল আৰু সেই বস্ত্ৰ ভগৱান শ্ৰীকৃষ্ণৰ মূৰ্তিৰ ওচৰত ৰাখিলে আৰু বেছি মঙ্গল হয়।

Praying the world best architecture

 

(৫) জন্মাষ্টমীৰ আগতে যদি ঘৰখনলৈ এটি বাহি আনিব পাৰে তেন্তে ঘৰখন যিকোনো সংকতৰ পৰা মুক্তি পাব আৰু ঘৰখনলৈ সুখ শান্তি আহিব।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *