মহানিম পাতৰ মহাগুণ ক’ৰণা কৰিব নিধন !!কি এই মহাগুণ?

মহানিম পাতৰ মহাগুণ ক’ৰণা কৰিব নিধন !!

    বৰ্তমান সময়ত সকলো লোকেই নিজৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ যত্নপৰ হৈছে যাতে মহামাৰী ক’ৰণাই আক্ৰমণ কৰিব নোৱাৰে।এই মহানিম পাতৰো আছে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ অপাৰ শকতি।

 

    আয়ুৰ্বেদ শাস্ত্ৰত উল্লেখিত মৰ্মে 10 টা মহানিম পাত পৰিষ্কাৰকৈ ধুই ভালদৰে পিছি লৈ এগিলাচ পানীত মিহলাই ৰাতিপুৱা খালি পেটত খালে সকলো ৰোগ নিৰ্মূল হয়।

  মহানিম পাতৰ আছে শক্তিশালী এণ্টি-অক্সিডেণ্ট গুণ যি শৰীৰক নানা ৰোগৰ পৰা ৰক্ষা কৰাৰ লগতে দেহত উৎপন্ন হোৱা বিশাক্ত মুক্ত ৰেডিকেল সমুহ নিষ্কাষণ কৰিব পাৰে।

  মহানিম পাতৰ এণ্টি-মাইক্ৰোবিয়েল আৰু এণ্টি-ভাইৰেল গুণ আছে তাৰ ফলত এই পাত খালে শৰীৰক বিভিন্ন বেক্টেৰিয়া আৰু ভাইৰাছ ৰ আক্ৰমণ ৰ পৰা ৰক্ষা কৰিব।

  মহানিম পাত পাকস্থলীৰ বাবে উপকাৰী । এই পাত খালে কোষ্ঠ কাঠিন্য আৰু বদহজম দুৰ হয়।

   মহানিম পাত চালৰ বাবে অতি উত্তম। চৰ্মৰোগ যেনে;- খৰ খজুৱতি, চৰাইচিছ, একজেমা আদি নিৰ্মূল কৰিব পাৰে এই পাতে। মহানিম পাতৰ ৰস এক উত্তম ৰক্ত পৰিশোধণ দ্ৰব্য।

   আনকি মহানিমৰ শিপা, বাকলি আৰু কেঁচা ফলৰ সকলো ধৰণৰ ৰোগৰ সৈতে যুঁজ দিয়াৰ ক্ষমতা আছে।

  আৰ্থ্ৰাইটিছ ৰোগ নিৰ্মূলৰ বাবে মহানিম তেল বৰ উপকাৰী।

  দেহৰ ৰক্ত সঞ্চালন প্ৰক্ৰিয়া স্বাভাৱিক কৰি ৰাখিব পাৰে মহানিম পাতে। যাৰ ফলত শৰীৰত হৃদৰোগৰ আশাংকা কম হ’ব।

   মধুমেহ ৰোগ নিয়ন্ত্ৰন হয় নৈমত্তিক মহানিম পাত সেৱন কৰিলে।

   আয়ুৰ্বেদ শাস্ত্ৰত উল্লেখিত মৰ্মে 10 টা মহানিম পাত পৰিষ্কাৰকৈ ধুই ভালদৰে পিছি লৈ এগিলাচ পানীত মিহলাই ৰাতিপুৱা খালি পেটত খালে সকলো ৰোগ নিৰ্মূল হয়।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *