পিতৃ মাতৃ হাৰা তিনি গৰাকী নাবলক //

 

কমলপুৰ বিধান সভা সমষ্টিৰ ৰাধাকুছি গাওঁ পঞ্চায়ত অন্তৰ্গত ৰাধা কুছি গাঁওৰ দিন হাজিৰা কৰি পেট পৰ্বতোৱা শ্ৰী টংকেশ্বৰ ডেকা বহু দিন ধৰি যক্ষ্মা ৰোগত ভুগি উপযুক্ত চিকিৎসা আৰু পথ্যৰ অভাৱত যোৱা যোৱা ২৩/১০/২০২০ তাৰিখে অকাল মৃত্যুক সাৱটি লয়।

  মৃত্যুৰ সময়ত প্ৰয়াত ডেকাই এগৰাকী ১৫ বছৰীয়া পুত্ৰ সন্তান, এগৰাকী ১৩ বছৰীয়া পুত্ৰ সন্তান আৰু এজনী ৯ বছৰীয়া কন্যা সন্তান এৰি থৈ যায়।

   উল্লেখযোগ্য যে প্ৰয়াত ডেকাৰ পত্নী ৰো ৮ বছৰ আগতে অকাল মৃত্যু হৈছিল।

প্ৰয়াত ডেকাৰ ঘৰৰ ভেটিৰ বাহিৰে নাছিল খেতি মাটি।

                                             

 

   বসবাস কৰা ইন্দিৰা আবাস যোজনাৰ ঘৰটো ও সম্পূৰ্ণ কৰিব নোৱাৰিলে মৃত্যুৰ আগতে ডেকাই। এতিয়া ডেকাৰ নাবলক শিশু তিনিটি থাকিবলৈ ঘৰ এটিৰ খুব প্ৰয়োজন হৈছে । লগতে কণমানি কেইটি বৰ্তমান ভৱিষ্যত জীৱনৰ নিৰাপত্তা হীনতাত ভুগিছে।

কোনোবা হৃদয়বান ব্যক্তিয়ে যদি কনমাণি কেইটাৰ পঢ়া ৰ দায়িত্ব লব বিচাৰে তেওঁলোকৰ ফোন নং আৰু বেংকৰ নম্বৰ তলত দিয়া হল।
এওঁলোকক সহায় কৰিলে মহান পূৰ্ণ হব।

PHONE NUMBER :-  8876504963

BANK DETAILS :- 

 A/C NO :- 15391000001950

CUSTORMER ID :- 012298489

IFSC CODE :- PSIB0021539

MICR CODE :- 781023501

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *