কমলপুৰ বিধান সভা সমষ্টিৰ ৰাধাকুছি গাওঁ পঞ্চায়ত অন্তৰ্গত ৰাধা কুছি গাঁওৰ দিন হাজিৰা কৰি পেট পৰ্বতোৱা শ্ৰী টংকেশ্বৰ ডেকা বহু দিন ধৰি যক্ষ্মা ৰোগত ভুগি উপযুক্ত চিকিৎসা আৰু পথ্যৰ অভাৱত যোৱা যোৱা ২৩/১০/২০২০ তাৰিখে অকাল মৃত্যুক সাৱটি লয়।   মৃত্যুৰ সময়ত প্ৰয়াত ডেকাই এগৰাকী ১৫ বছৰীয়া পুত্ৰ সন্তান, এগৰাকীContinue Reading

Share it with: