বিৰাট কোহলীৰ এটি আচৰিত কথা

     বিৰাট কোহলীয়ে খোৱা এক লিটাৰ পানীৰ মুল্য ৬০০ টকা আৰু কেৱল এবছৰত পানীৰ নামত খৰচ হয় ৭ লাখ টকা। এট লিটাৰ পানীৰ বাবদ প্ৰায় ৭ লিটাৰ পেট্ৰল পাব আপুনি।
প্ৰকাশ পাইছে যে কোহলী য়ে ফ্ৰান্সৰ এটি নিজৰাৰ পানীৰ পৰা সংশোধন কৰি প্ৰস্তুত কৰা এভিয়েন ব্ৰেণ্ডৰ মিনাৰেল ৱাটাৰ খায়।
খাদ্য আৰু পানীত বিশেষ সচেতন কোহলী য়ে বৰ্তমান আমিষ আহাৰৰ লগতে নিৰামিষ আহাৰো খোৱা কৰিছে আৰু দেহক পৰিপুষ্ট কৰি ৰাখিবলৈ আটাইতকৈ ভাল ব্ৰেণ্ডৰ প্ৰটিনযুক্ত খাদ্য আৰু বেছিভাগ সিদ্ধ আহাৰত মনোনিবেশ কৰিছে ।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *