* লক-আপ ত উপবাসে এনিশা কটালে বিষকন্যা ৰীয়া চক্ৰৱৰ্তীয়ে // সুশান্ত সিঙৰ আত্মহত্যা ৰ গোচৰ
যোৱা মঙলবাৰে বলিউদ অভিনেতা সুশান্ত সিং ৰাজপুত ৰ আত্মহত্যা ৰ গোচৰত NCB য়ে গ্ৰেপ্তাৰ কৰা বিষকন্যা ৰীয়া চক্ৰৱৰ্তীয়ে যোৱা নিশাতো খাদ্য বাদেই পানী এটুপীও নোখোৱাকৈ উজাগৰী নিশা কটালে লক-আপ ত । আৰু আজি পশ্চিম বংগ ত ভায়সলা মহিলা জেইললৈ প্ৰেৰণ কৰা হৈছে এই বিষ কন্যা গৰাকীক।
বলিউডৰ লগতে সমগ্ৰ ভাৰত বর্ষত চাঞ্চল্যৰ সৃষ্টি কৰা অভিনেতা সুশান্ত সিং ৰাজপুত ৰ আত্মহত্যা ৰ গোচৰত অভিযুক্ত ৰীয়া চক্ৰৱৰ্তীয়ে ইতিমধ্যে স্বীকাৰ কৰিছে যে তেওঁ নিজেও ড্ৰাগছ সেৱন কৰে আৰু সুশান্ত সিং ৰাজপুটক ড্ৰাগছ যোগান ধৰিছিল ।
ৰীয়া চক্ৰৱৰ্তী ৰ স্বীকাৰোক্তিৰ ভিত্তিতে NCB য়ে ড্ৰাগছ সৰবৰাহ ত জড়িত বলিউডৰ ২০ ৰ ২৫ গৰাকী কলা কৌশলীক গ্ৰেপ্তাৰৰ তালিকা প্ৰস্তুত কৰিছে।
ৰীয়া আৰু ৰীয়াৰ ভাতৃ আৰু সুশান্তৰ মেনেজাৰৰ স্বীকাৰোক্তিৰ ভিত্তিত। A, B, আৰু C কেতেগৰিৰ এই ২০ ৰ পৰা ২৫ জন তাৰকা NCB য়ে দহ দিনৰ ভিতৰতে গেপ্তৰৰ চমন জাৰি কৰিব ।
এই গোচৰত এতিয়ালৈ ৯ জন লোকক গ্ৰেপ্তাৰ কৰিছে ।
সেইসকল হল
1. আব্বাছ লেখানি
2. কৰণ অৰুৰা
3. আব্দুল ওৱাচিদ পৰিহাৰ
4. সৌভিক চক্ৰৱৰ্তী
5. চেমুৱেল মিৰাণ্ডাৰ
6. দ্বীপেছ আৱাল
7. খাইজাল ইব্ৰাহিম
8. জাহিদ মিলাট্ৰা, আৰু
9. ৰীয়া চক্ৰৱৰ্তী
NCB আইনৰ ২০, ২৭ , ২৯ ধাৰাত গ্ৰেপ্তাৰ হৈছে আটাইকেইজন লোক।
এই খবৰে বৰ্তমান বলিউদত ধুমুহাৰ সৃষ্টি কৰিছে……….