দৰঙ জিলাৰ ননৈ নদীত অৰ্ধ গলিত মৃতদেহ

দৰঙ জিলাৰ চিপাঝাৰ আৰক্ষী চকীৰ অন্তৰ্গত জনসেৱাত ননৈ নদীৰ সোঁতত স্থানীয় গঞা ৰাইজে আজি প্ৰত্যক্ষ কৰে এটি অৰ্ধগলিত মৃতদেহ ।

মৃতদেহটো দেখা মাত্ৰকে আৰক্ষীক খবৰ দিয়ে যদিও এডাল বাহত লাগি ধৰি থকা মৃতদেহ টো পুনঃ পানীৰ প্ৰবাল সোতে উটুৱাই লৈ যায়।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *