সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা গোচৰৰ নতুন মোৰ..

সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা গোচৰৰ নতুন মোৰ…

সুশান্তৰ প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ শ্বোৱিক গ্ৰেপ্তাৰ….
শনিবাৰে চিবিআইয়ে অভিনেতাগৰাকীৰ বাসগৃহত দিল্লী এইমছৰ তিনিগৰাকী চিকিৎসকৰ এটা বিশেষ দলৰ সৈতে উপস্থিত হয়।
চিবিআই বিষয়াই সদৰী কৰা অনুসৰি, সুশান্ত সিং ৰাজপুতৰ ঘৰত তালাচী চলোৱাৰ পিছতহে জমা দিব তেওঁলোকৰ ৰিপ’ৰ্ট।
উল্লেখ্য যে, যোৱা মাহতে চিবিআই য়ে দিল্লী এইমছৰ সহায় বিচাৰিছিল তদন্তৰ বাবে।
চিবিআইৰ লগতে এই ঘটনাক লৈ তদন্ত অব্যাহত ৰাখিছে ই ডি, এন চি বিয়ে।

ইফালে, শুকুৰবাৰে সুশান্তৰ এসময়ৰ প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ শ্বোৱিক আৰু আন এজন যুৱকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *