২২ হাজাৰ এন এইচ এমৰ ঠিকাভিত্তক কৰ্মচাৰী লৈ চকু মেলি চাইছে চৰকাৰে

২২ হাজাৰ এন এইচ এমৰ ঠিকাভিত্তক কৰ্মচাৰী লৈ চকু মেলি চাইছে চৰকাৰে ……

 

ৰাজ্যখনত কৰ্মৰত ২২ হাজাৰ এইচ এমৰ ঠিকাভিত্তক কৰ্মচাৰীৰ বাবে সুখবৰ।
৬০ বছৰ বয়সলৈকে সুৰক্ষিত হব চাকৰি ।
ই এল, টি এল,গ্ৰেচুইটী আৰু প্ৰসূতিকালীন ছুটী ইত্যাদিৰ ব্যৱস্থা ৰাজ্যৰ ঠিকাভিত্তিক টেট শিক্ষকৰ দৰে কৰা হব বুলি এক চৰকাৰী নিৰ্দেশনা জাৰি কৰিছে অসম চৰকাৰে।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *