১৯ ছেপ্টেম্বৰৰ পৰা ইউ এ ই ত আৰম্ভ হব আই পি এল || হৰভজন সিঙ ৰ নাম প্ৰত্যাহাৰ…

১৯ ছেপ্টেম্বৰৰ পৰা ইউ এ ই ত  আৰম্ভ হব আই পি এল || হৰভজন সিঙ ৰ নাম প্ৰত্যাহাৰ…

 আজি আই পি এল ৰ শ্বেইৰমেন ব্ৰিজেশ পেটেলে ঘোষণা কৰে যে 2020 বৰ্ষৰ আই পি এল ১৯ ছেপ্টেম্বৰ ৰ পৰা ইউ এ ইত খেলা হব তাৰ বাবে যাৱতীয়া ব্যৱস্থা সম্পূৰ্ণ হৈছে । আৰু খেলৰ সুচী সমুহ দেওবাৰে ঘোষণা কৰিব।
         প্ৰতিযোগিতা ৰ উদ্বোধনী খেলত চেন্নাই চুপাৰ কিংচে ডিফেণ্ডিং চেম্পিয়ন মুম্বাই ইণ্ডিয়ান ৰ মুখামুখি হব।

         ইফালে চেন্নাই চুপাৰ কিংচ দলটোৰ এজন এজন খেলুৱৈ য়ে নাম প্ৰত্যাহাৰ কৰিছে। ইতিমধ্যে কিছুদিন পূৰ্বে অলৰাউণ্ডাৰ সুৰেশ ৰাইনাই ব্যক্তিগত কাৰণ ত আই পি এলৰ পৰা নাম প্ৰত্যাহাৰ কৰি স্বদেশ লৈ উভতি অহাৰ পিছত আজি নাম প্ৰত্যাহাৰ কৰে অফ স্পিনাৰ হৰভজন সিঙে।

         অবশ্যে হৰভজন সিঙে দল ত্যাগ কৰি স্বদেশ লৈ প্ৰত্যাগমন কৰা সিদ্ধান্ত তেওঁৰ সম্পূৰ্ণ ব্যাক্তিগত আৰু দলে সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱা বুলিও সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *