অভিনেত্ৰী চেতনা দাসৰ স্বামী ৰ প্ৰাণ ললে কোভিড কৰনাই।

* অভিনেত্ৰী চেতনা দাসৰ স্বামী ৰ প্ৰাণ ললে কোভিড কৰনাই।

         বিগত কেইবাদিনো ধৰি কোভিড ৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় জি এন আৰ চিত চিকিৎসাধীন হৈ থকা অসমৰ জনপ্ৰিয় অভিনেত্ৰী চেতনা দাস বাইদেউৰ স্বামী বিমল দাসৰ পৰলোকপ্রাপ্তি হয় । প্ৰয়াত বিমল দাস ভুতত্ব জৰীপ বিভাগৰ অৱসৰ প্ৰাপ্ত বিষয়া আছিল।
        উল্লেখযোগ্য যে অভিনেত্ৰী চেতনা দাস বাইদেউ বৰ্তমানো জি এম চি এইছত কৰুণা আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *