জিতেন মাষ্টৰে আৰু নহহুৱাই আপোনাক

জিতেন মাষ্টৰে আৰু নহহুৱাই আপোনাক

Voice Assam Youtube চেনেলত ধাৰাবাহিক ভাবে প্ৰচাৰিত “তেলসুৰা” নামৰ ধাৰাবাহিক খনত অভিনয় কৰি ৰাইজৰ ব্যাপক মৰম আৰু আদৰ লাভ কৰি জনপ্ৰিয় হোৱা অভিনেতা জিতেন ৰাজবংশী ওৰফে জিতেন মাষ্টৰ আৰু আমাৰ মাজত নাই।
কৰ্কট ৰোগত ভোগী থকা জিতেন মাষ্টৰ ০১/০৯/২০ তাৰিখৰ নিশা ১১.৩০ বজাত এখন চিকিৎসালয়ত পলোকপ্ৰাপ্তি হয়।
এই খবৰ বিয়পাৰ লগে লগে শোকত ম্ৰিয়মান হৈ পৰিছে অসসমবাসী ৰাইজ।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *