পেট জ্বলা পোৰা কৰাৰ তাৎক্ষণিক উপশম // DR. AZIMUDDIN AHMED

                              পেট জ্বলা পোৰা কৰাৰ তাৎক্ষণিক উপশম //  DR. AZIMUDDIN AHMED

         ১. জ্বলা পোৰা হোৱা মাত্ৰকে গোটা জিৰা এক চামুচ চোবাই খাওক আৰু দহ মিনিট পিছত এগিলাচ গৰম পানী খাই দিয়ক । লগে লগে পেট জ্বলা পোৰা ৰ পৰা উপশম পাব।

         ২. জ্বলা পোৰা হোৱা মাত্ৰকে এক চামুচ তামোলৰ লগত খোৱা চ’প আৰু এটুকুৰা গুড় চোবাই খোৱাৰ ১০ মিনিট পিছত এগিলাচ গৰম পানী খাই দিয়ক ।

         ৩. এগিলাচ গৰম পানীত আধা চামুচ আদাৰ ৰস , আধা চামুচ জিৰা পাউদাৰ , এক চামুচ নেমু ৰস আৰু এক চামুচ মৌ মিহলাই কিছুদিন ৰাতিপুৱা খালি পেটত খালে আপোনাৰ বুকু জ্বলা পোৰাৰ পৰা পৰিত্ৰাণ পাব।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *