কাছাৰী ঘাটৰ পৰা উত্তৰ-গুৱাহাটী সংযোগী ৰোপ-ৱে

গুৱাহাটীৰ কাছাৰী ঘাটৰ পৰা উত্তৰ গুৱাহাটী সংযোগী ৰোপ ৱে ২৪ আগষ্ট তাৰিখ সোম বাৰে যাত্ৰীৰ বাবে মুকলি কৰি দিয়া হল ।

দুই কিলোমিটাৰ দৈৰ্ঘৰ ৰোপ-ৱে এবাৰত ৩২ জন

যাত্ৰী কঢ়িয়াই ৭ মিনিত সময়ত অতিক্ৰম কৰে ।

বৰ্তমান এই ৰোপ-ৱে ৰ এজন যাত্ৰীৰ

ভাড়া অহা-যোৱাৰ বাবে মুঠ ৬০ টকা।

এই ৰোপ ৱে জি এম দি এ ৰ তত্বাৱধানত

প্ৰায় ৫৬ কৌটি টকা ব্যয় কৰি নিৰ্মান কৰা হৈছে

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *