লিভাৰ সুস্থ ৰাখো আহক //এক মিনিটত // DR. AZIMUDDIN AHMED

লিভাৰ সুস্থ ৰাখো আহক :-

 

শৰীৰৰ মেদবহূলতা , অকমান পৰিশ্ৰম কৰিলেই ভাগৰ লগা , খোৱা খাদ্য ভালকৈ হজম নোহোৱা , পেটৰ মৃদু বিষ অনুভৱ কৰা , ভোক নলগা , নিয়মিত শৌচ নোহোৱা, দেহৰ ছালত খজুৱতি আৰু খৰ জাতীয় ৰোগ দেখা দিয়া ইত্যাদি লিভাৰ দুৰ্বল হোৱাৰ লক্ষণ হব পাৰে ।

লিভাৰ সুস্থ ৰখাৰ ঘৰুৱা দিহা …..

১. প্ৰতিদিনে এটা আপেল খাব ।
২. আম , মধুৰিআম , মৌচুম্বী , কল নিয়মিত খোৱা ।
৩. প্ৰতিদিনে দুই-তিনি ফোটা নহৰু সেৱন কৰা ।
৪. দিনে তিনি-চাৰি কাপ কৈ ৰঙা চাহ বা গ্ৰীণ টি সেৱন কৰা ।
৫. দিনে দহৰ পৰা পোন্ধৰতা বাদাম খোৱা ।

 

৬. ভেদাইলতা ৰ তৰকাৰী সপ্তাহত দুই তিনি সাজ খাব লাগে।
৭. তিয়ঁহ, গাজৰ, বিলাহীৰ চালাদ নাইবা তৰকাৰী লিভাৰৰ বাবে ভাল।
৮. দুই-তিনি চামুচ কেঁচা হালধীৰ ৰস খালি পেটত সেৱন কৰা ।
৯. খাদ্যত সেউজীয়া শাক পাচলি বেছিকৈ সেৱন কৰা ।
১০. দৈনিক অতি কমেও চাৰি গিলাছ গৰম পানী সেৱন কৰা ।
১১. দৈনিক নেমুৰ ৰস সেৱন কৰা । ইত্যাদি …

আপুনি আমাৰ স্বাস্থ্য বাৰ্তা পঢ়ি নিশ্চয় ভাল পাইছে যদিহে আমাক YouTube Channel – KAMALPUR EXPRESS
আৰু FACEBOOK PAGE – কমলপুৰ এক্সপ্ৰেছ ত FOLLOW কৰক।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *