কোষ্ঠ কাঠিন্য ৰ পৰা পৰিত্ৰাণৰ উপায় || Constpation || ডাঃ অজিমুদ্দিন আহমেদ ||

কোষ্ঠ কাঠিন্য ||Constpation |। ডাঃ অজিমুদ্দিন আহমেদ ||

 

  *কোষ্ঠ কাঠিন্য ৰ পৰা পৰিত্ৰাণৰ উপায় …….

১. নিতৌ এক ঘণ্টা খোজ কঢ়া আৰু শৰীৰ চৰ্চা কৰা ।
২. ৭ ৰ পৰা ৮ ঘণ্টা টোপনি মাৰা ।
৩. ফল-মূল আৰু সেউজীয়া শাক-পাচলি বেছিকৈ খোৱা ।
৪. ৰাতি কম খাদ্য খোৱা ।
৫. কুমুদত বহি পাইখানা কৰা।
৬. যথেষ্ট পৰিমানৰ পানী সেৱন কৰা।

  *কোষ্ঠ কাঠিন্য ৰ পৰা হাত সাৰিবলৈ ঘৰুৱা দৰৱ …………..

১. চাৰিটা আহোম বগৰী আৰু আধাচামুচ তিলৰ তেল লৈ ৫০ মি.লি. গৰম পানীত আধা ঘন্টা তিয়াই থৈ মিহলাই লওঁক । এইখিনি তিনি চাৰি দিনৰ বাবে এটা পাত্ৰত ৰাখি থৈ দুই চামুচ কৈ ৰাতি শুবৰ সময়ত সেৱন কৰিলে কোষ্ঠ কাঠিন্য দূৰ হব।
২. এটুকুৰা আদা ভালকৈ পিচি লৈ লগত দহ পোন্ধৰতা পদিনাৰ পাত লওঁক । এইখিনি একাপ পানীত দহ মিনিট উতলাই মিশ্ৰণ খিনি ভালকৈ চেকি লৈ দিনত দুবাৰ তিনিবাৰ কৈ খালে কোষ্ঠ কাঠিন্য দূৰ হব ।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *