How to win life battle

  মানুহৰ জীৱনত যেনেদৰে সুখ আহে আৰু যায় , দুখ আহে আৰু যায় ঠিক একেদৰে মানুহৰ জীৱনলৈ বিপদ আহিব আৰু বিপদ যাব। ভগৱান শ্ৰীকৃষ্ণই কৈছিল যে এনে কোনো লোক নাই যাৰ জীৱনলৈ বিপদ অহা নাই, স্বয়ং ভগৱানে যেতিয়া মানুহৰূপে জন্ম গ্ৰহণ কৰিছিল তেতিয়া তেৱোঁ বাৰম্বাৰ বিপদৰ সন্মুখীন হ’বলগীয়া হৈছিল ।Continue Reading

Share it with:
How to win life battle

  ভাল হওঁক, আনক সন্মান কৰক, দয়ালু হওঁক, প্ৰত্যেকজন মানুহৰ প্ৰতি ভালপোৱা ৰাখক, প্ৰত্যেক মানুহকে সহায় কৰক, প্ৰত্যেকজন মানুহৰ কাষলৈ যাওঁক আনৰ উপকাৰী হ’বলৈ শিকক, আপুনি ভাল মানুহ হওঁক ; এইবোৰ হৈছে সেইবোৰ কথা যিবোৰ সদায় মা দেউতাই প্ৰত্যেক সন্তানক শিকাই । তেওঁলোকে আমাক সদায় এইটোৱে শিকাই যে আমি বহুতContinue Reading

Share it with:
How to win life battle

  পৃথিৱীৰ সকলো মানুহে মোক পাগল বুলি কয় ; হয় মই পাগল ! যদিহে বুদ্ধিমান লোকসকলে তেওঁলোকৰ জীৱনত সদায় ৰাতিপুৱা ৯.০০ বজাৰ পৰা আবেলি ৫.০০ বজালৈকে নিজৰ চাকৰি কৰি সুখী থাকিব পাৰে তেন্তে , হয় মই পাগল। যদি বুদ্ধিমান লোকসকলে তেওঁলোকৰ জীৱনত risk লব নোখোজে আৰু যদি মই পাগল মানুহContinue Reading

Share it with: