ঘৰত ISOLATION ত ৰখা  কভিদ ৰোগীৰ কোঠালি কেনেকৈ SANITIZE কৰিব ??   ঘৰতে হওক বা কভিদ চেন্টাৰত ৰোগীৰ কোঠালি, আচবাব আৰু শৌচাগাৰৰ পৰিষ্কাৰ কৰি ৰখা অত্যন্ত গুৰুত্বপূৰ্ণ। কভিদ চেন্টাৰত এই কাম কৰ্তৃপক্ষৰ অভিজ্ঞ লোকে সম্পাদন কৰিব। কিন্তু যদি ৰোগীজন নিজৰ ঘৰতে আছুতীয়া কক্ষত ৰখা হৈছে তেন্তে পৰিয়ালৰ লোকে জানিবContinue Reading

Share it with: