Dreams human sees before death

   টোপনিৰ সময়ত দেখা কিছু সপোনে মানুহক এনে কিছুমান সংকেত দিয়ে যিটো আশ্বৰ্যজনক হোৱাৰ উপৰিও ভয়াবহ ও হৈ পৰিব পাৰে, যি কথা স্বপ্ন শাস্ত্ৰত স্পষ্টকৈ উল্লেখিত আছে। স্বপ্ন শাস্ত্ৰ অনুসৰি কিছুমান সপোন দেখিলে মানুহে মৃত্যুৰ দিন সমাগত হোৱাৰ কথা অনুমান কৰিব পাৰে অৰ্থাৎ তেনেবোৰ সপোনে মানুহৰ মৃত্যুৰ সংকেত বহন কৰে।Continue Reading

Share it with:
MEANING OF DIFFERENT DREAMS

   মানুহে ৰাতিৰ টোপনিত নানান সপোন দেখে । কিছুমান সপোন খুব ভয় লগা আৰু কিছু খুব হাস্যকৰ আৰু ৰসাল হৈ পৰে। বহু সপোন বহুজনে মনত ৰাখিব নোৱাৰে আৰু কিছুমান সপোন বহুতৰ ৰাতিপুৱা লৈ মনত থাকে । স্বপ্ন শাস্ত্ৰ অনুসৰি কিছুমান মানুহে এনে কিছু সপোন দেখিবলৈ সক্ষম হয় যি সপোনে তেওঁকContinue Reading

Share it with: