নেমু পানী আদা পানী কিয় নাখাব??
নেমু পানী আদা পানী কিয় খাব ?? নেমু আৰু আদা সকলোৰে ঘৰত সহজলভ্য। ভিন্ন জনে ভিন্ন ভাবে এই দুবিধ ব্যঞ্জন ব্যৱহাৰ কৰি আহিছে। ভাতৰ সৈতে নেমুৰস চেপি খোৱা আৰু মাংসৰ তৰকাৰী ত আদা ব্যৱহাৰ কৰাতো সকলোৱে জানো। কিন্তু যদিহে আপুনি আদাৰস এচামুচ চেপি লৈ পানীৰ সৈতে আৰু নেমুৰসContinue Reading
আজি নিশা বাৰ বাজিলে // স্বাগতম নৱবৰ্ষ //
আজি নিশা বাৰ বাজিলে ( স্বাগতম নৱবৰ্ষ ) মধু পাটোৱাৰী আজি নিশা বাৰ বাজিলে তোৰ জীৱন শলিতা নুমাব এগছি নতুন বন্তি আকৌ থিতাতে জ্বলি উঠিব !! কি দিলি কি পালি ইতিহাসে হিচাপ ৰাখিব ! অশ্ৰু-হাঁহি দুয়োৰে আজি অপৰূপ সঙ্গম ঘটিব !! কাল চক্ৰৰ ক্ষিপ্ৰ গতি কোনেনো বাৰু ৰুধিব ?? নতুনContinue Reading
পদিনা পাতৰ পানী কিয় ইমান উপকাৰী//
পদিনা পাতৰ পানী কিয় ইমান উপকাৰী ?? বৈজ্ঞানিক নাম Mentha spicata নামেৰে জনাজাত এই পদিনা যুগ যুগ ধৰি আয়ুৰ্বেদ চিকিৎসা পদ্ধতিত ব্যৱহাৰ হোৱাৰ লগতে সকলোৰে হয়তো সেউজীয়া পদিনাৰ পাতৰ চাটনি বা অইন ব্যঞ্জন ব্যৱহাৰ হৈ আহিছে। কিন্তু এই পদিনাৰ পাতৰ যে মহৌষধী গুণ আছে আপোনাৰ জানি বৰ ভাল লাগিব।Continue Reading
সৰ্বমুঠ ৮ জন উত্তীৰ্ণ ৰে APSC ত উজলিছে দৰং জিলা//
সৰ্বমুঠ ৮ জন উত্তীৰ্ণ ৰে APSC ত উজলিছে দৰং :- অসম লোকসেৱা আয়োগৰ সদ্য ঘোষিত পৰীক্ষাত উত্তীৰ্ণ হোৱা দৰং জিলাৰ কীৰ্ত্তিমান আঠ গৰাকী সন্তান ক্ৰমে :- ১) কৃষ্ণ কিশোৰ চহৰীয়ী ,দগিয়াপাৰা । ২) বিপুল ডেকা, খাৰখোৱাপাৰা। ৩) চম্পক শৰ্মা ,কটাহি । ৪) অভিৰাজ চমুৱা, জয়ন্তীপুৰ,Continue Reading
দুপৰটেঙা বা পাটেগজা কিয় উপকাৰী ?এই পাত কেনেকৈ খাব?
দুপৰটেঙা বা পাটেগজা কিয় উপকাৰী ?? এছিয়া আৰু আফ্ৰিকা মহাদেশ ত পোৱা এইবিধ বনৌষধিকৰ বৈজ্ঞানিক নাম হ’ল Bryophyllum pinnatum বা Kalancho pinnatum । ঠাই বিশেষে ইয়াক Air plant, Life plant, Miracle leaf আৰু দুপৰ বন হিচাপে জনাজাত। এই পাতৰ প্ৰাকৃতিক ৰাসয়নিক মিশ্ৰণ:– Bryophyllene A ,Continue Reading