…..মনীষা শৰ্মা…… বৰষুণ ভাল পাওঁ বাৰিষা আহক এইবাৰ বৰষুণত সদায় তিতিম, হিয়া মোৰ পৰিব শাত যদিও নাথাকক অনুভূতিৰ হাত। বাৰিষা আহক এইবাৰ ভৰ বাৰিষাতে হওক মোৰ প্ৰেমৰ উৎসৱ নীলিম আকাশত উৰক মোৰ সপোন মধুৰ আশা কপৌৰ মাতত ভাগক বিক্ষোভৰ ঢাল। Share it with: 2020-04-20