পৃথিৱীৰ বুকুত এটুকুৰা স্বৰ্গ হিচাপে জনাজাত দেশ হৈছে মাল্টা ; দেশখনৰ চাৰিওফালে অপূৰ্ব আৰু মনোৰম সৌন্দৰ্যই বিৰাজ কৰে। দেশখনৰ সকলো নাৰী অতি সুন্দৰী আৰু ধুনীয়া। পাত্ৰৰ অভাৱত বিয়া হ’ব নোৱাৰে বহু সুন্দৰী নাৰী। দেশখনত সমগ্ৰ বৰ্ষজুৰি অনুষ্ঠিত হয় নানান ৰং বিৰঙী উৎসৱ। মাল্টা দেশৰ ৰাতিৰ অন্ধকাৰত মজা লবলৈ বৰ্ষজুৰি ভিৰ কৰে বিশ্বৰ সকলো প্ৰান্তৰ পৰ্যটক।
মাল্টা দেশৰ গ্ৰামীণ এলেকাত অধিকাংশ মৎস সম্প্ৰদায়ৰ লোক বসবাস কৰে। এই দেশ যিমান সৰু সিমান বেছি ধনী, এই দেশৰ মানুহ বন্ধুসুলভ আৰু ভদ্ৰ প্ৰকৃতিৰ। এই দেশত নানান ধৰণৰ সুস্বাদু খাদ্যৰ ব্যঞ্জন সমূহ পৰ্য্যটকৰ বাবে যেনেকৈ আকৰ্ষণৰ কেন্দ্ৰবিন্দু , সেই দেশৰ সুন্দৰী নাৰীসকল হৈছে পৰ্যটকৰ বাবে অইন এক আকৰ্ষণৰ স্থল।
মাল্টা হৈছে ইউৰোপৰ এখন দ্বীপৰাষ্ট্ৰঃ , যাৰ চৰকাৰী নাম ৰিপাব্লিক অফ মাল্টা , পৃথিৱীৰ ক্ষুদ্ৰতম দ্বীপৰ দেশ এখন হৈছে এই মাল্টা। এই দেশ মুঠ পাঁচোটা সৰু ডাঙৰ দ্বীপ লগলাগি গঠিত, পাঁচোটা দ্বীপৰ ভিতৰত তিনিটা ডাঙৰ দ্বীপ হৈছে মাল্টা, গেজু ও কমেণ যত জনবসতি আছে আৰু লগতে দুটি সৰু দ্বীপ ।
দেশখনৰ দক্ষিণে ইটালী, পূবত তুনেছিয়া , উত্তৰে লিবিয়া আৰু পশ্চিম দিশত মেডিটিৰীনিয়ান সাগৰ অৱস্থিত। দেশ খনৰ আয়তন তিনিশ ষোল্ল বৰ্গ কিলোমিটাৰ, জনসংখ্যা ৪৭৫০০ জন, প্ৰতি ঘনত্ব বৰ্গ কিলোমিটাৰ ত ১৪১০ জন মানুহ বসবাস কৰে। এই দেশৰ ৰাজধানী ভাল্লেটা , কিন্তু মাল্টাৰ ডাঙৰ চহৰ হৈছে বিকনকৰা , চৰকাৰী ভাৱে মাল্টাৰ অধিবাসী সকলক মাল্টিজ বুলি কোৱা হয়। মাল্টাৰ ভাষা মাল্টিজ আৰু ইংৰাজী। সেই দেশৰ প্ৰধানতম ধৰ্ম ৰোমান কেথলিক অৰ্থাৎ খ্ৰীষ্টান। তাৰ ৮০% লোকে ইংৰাজী, ১৭% লোকে ফাৰ্চী আৰু বাকী লোকে ইটালীয়ান ভাষা ব্যৱহাৰ কৰে।
স্কুল কলেজত জাৰ্মানী, ৰাছিয়া আদি ভাষাৰো শিক্ষা দিয়া হয়। মাল্টা দেশত ৩৫০ টি গীৰ্জা থকাৰ উপৰিও এটি মছজিদ আছে । ৰোমান কেথলিক ৰাষ্ট্ৰীয় প্ৰজাতন্ত্ৰ মাল্টাৰ ধৰ্ম হলেও সেই দেশৰ লোকক নিজৰ ইচ্ছা অনুসৰি ধৰ্ম পালনৰ অধিকাৰ সংবিধানে প্ৰদান কৰিছে । এই দেশৰ সকলো লোকেই শিক্ষিত আৰু নিবনুৱাৰ সংখ্যা শূণ্য।
এই দেশৰ আয়তন কম হেতুকে এই দেশত কৃষি কৰ্ম খুব কম আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ অধিকাংশই তেওঁলোকে বিদেশৰ পৰা আমদানি কৰে । এই দেশৰ বাণিজ্য নীতি বৈদেশিক বাণিজ্য নীতিৰ ওপৰত নিৰ্ভৰশীল।
কম আয়তন আৰু অতি ধনী দেশ এই মাল্টাত কিন্তু পৰ্যটকৰ কথা শুনিলে আচৰিত হ’বলৈ বাধ্য হ’ব ; এই দেশলৈ প্ৰতিবছৰে প্ৰায় ২৬ লাখ পৰ্যটক অহা যোৱা কৰে। অৰ্থাৎ পৰ্যটকৰ বাবে মাল্টা হৈছে নয়নৰ মণি। ইউৰোপত গ্ৰীষ্ম কাল আহিলেই এই দ্বীপত ভিৰ কৰে পৰ্যটক সকলে। সেই দ্বীপৰ পাহাৰৰ ওপৰত অৱস্থিত কেইখনমান প্ৰাচীনতম গাঁও , যি গাওঁৰ লোকসকলে সমুদ্ৰৰ পৰা মাছ ধৰি নিজৰ জীৱন নিৰ্বাহ কৰে, এই দেশৰ প্ৰায় ৯৪% লোক চহৰত বসবাস কৰে আৰু বাকী ৬% লোক গ্ৰাম্যাঞ্চলত। লোকসকল বন্ধুসুলভ আৰু ভদ্ৰ প্ৰকৃতিৰ , তেওঁলোক কেতিয়াও কাজিয়া পেছাল, গালি গালাজ , হত্যা হিংসা আদিত লিপ্ত নহয় । এই দেশ ঐতিহ্য আৰু সংস্কৃতিক ক্ষেত্ৰত খুব চহকী, মনোৰঞ্জন আৰু বিনোদনত খুব চখ আছে এই দেশৰ লোকসকলৰ।
ইউৰোপৰ দেশ মাল্টাৰ মহিলা সকল খুব সুন্দৰ, পাত্ৰৰ অভাৱত বহু যুৱতী বিয়া নোহোৱাকৈ থাকিব লগীয়া হয়। কিয়নো এই দেশত পুৰুষৰ তুলনাত নাৰীৰ হাৰ বেছি আৰু সেই দেশৰ আইন অনুসৰি পুৰুষ সকলে একাধিক বিবাহ কৰিব নোৱাৰে। আৰু সেইবাবেই অতিৰিক্ত যুৱতী নাৰীৰ বাবে দেখা দিছে স্বামী সংকট। আৰু সেইবাবেই এই দেশৰ সুন্দৰী যুৱতীয়ে হোটেল ৰেষ্টুৰেণ্ট আদিত অপেক্ষা কৰে বিদেশী পুৰুষ পৰ্যটকক নৈশ যাপনৰ বাবে।
সেই দেশত ভৰি দিয়া পৰ্যটক সকলে এবাৰ হলেও অনুভৱ কৰে যে মাল্টা কোনো স্বৰ্গতকৈ কম নহয় ; এই দেশত সূৰ্য্য ডুবাৰ লগে লগে পৰ্যটক সকলে ভিৰ কৰে বিভিন্ন কাফে আৰু ৰেষ্টুৰেণ্ট সমূহত। ইয়াৰ উপৰিও পৰ্যটকৰ বাবে নৈসৰ্গিক প্ৰাকৃতিক দৃশ্য খুব চাঞ্চল্যকৰ হয় ।
পৃথিৱীৰ কিছু ৰহস্যময় মানুহ ! যাৰ কথা শুনিলে আচৰিত হৈ পৰিব — জানিবলৈ তলৰ ৰঙা আখৰ কেইটি ক্লিক কৰক
মুছলিম দেশ য়েমেনত অসংখ্য লোকে হিন্দু ধৰ্ম পালন কৰিছে ! -ৰহস্য। জানিবলৈ তলৰ ৰঙা আখৰ কেইটি ক্লিক কৰক
মুছলিম দেশ য়েমেনত অসংখ্য লোকে হিন্দু ধৰ্ম পালন কৰিছে ! -ৰহস্য।
এই দেশৰ এটি বৈশিষ্ট্য হৈছে যে এই দেশ ভ্ৰমণৰ বাবে খুব সোনকালে ভিচা ( Visa ) পোৱা যায় আনকি সহজতে নাগৰিকত্ব পোৱা যায় , ইচ্ছা কৰিলে কিনি লব পাৰি মাল্টাৰ নাগৰিকত্ব ; মাত্ৰ ১০ – ১২ হাজাৰ ইউৰো ৰে কিনিব পাৰি মাল্টাৰ নাগৰিকত্ব।