thought of the month

   চত মাহত ভগৱানে চাৰিধৰণৰ ৰূপ লৈ মানুহৰ গৃহলৈ আহে ; শাস্ত্ৰত উল্লেখ আছে যে ভগৱানে নিজে ভক্তৰ গৃহলৈ পৰীক্ষা লবলৈ আহে আৰু যি ভক্তই ভগৱানৰ বেশ চিনিব পাৰে তেওঁ হৈ পৰে ভাগ্যশালী আৰু যিয়ে চিনি নাপায় বা বুজি নাপায় সেই ৰূপক অৱহেলা কৰে তেওঁ নিজৰ দুৰ্ভাগ্য নিজে মাতি আনে।Continue Reading

Share it with: