Causes of love and relation break up

বিয়াৰ পিছতো মহিলাই স্বামীক প্ৰতাৰণা কৰে কিয় ?

  বিয়াৰ পিছত অকল মহিলাই অইনৰ সৈতে পৰকীয়া সম্পৰ্ক ৰক্ষা কৰি স্বামীক প্ৰতাৰণা কৰে এনে নহয় বিয়াৰ পিছত পুৰুষেও অইন মহিলাৰ সৈতে অবৈধ সম্পৰ্ক ৰাখি স্ত্ৰীক প্ৰতাৰণা কৰা বহু উদাহৰণ আছে। এনে পুৰুষ মহিলাৰ ক্ষেত্ৰত মানুহে ভাবে আৰু কৈ সামৰে যে তেওঁলোক চাৰিত্ৰহীন। কিন্তু বাস্তৱত মানুহে ভাবি চাইছেনে এয়া প্ৰকৃততে কিয় হ’বলৈ ধৰিছে।

Advertisement

২০১২ চনৰ এক সমীক্ষা অনুসৰি , সমীক্ষাত যিখিনি মানুহ সাঙুৰি লোৱা হৈছিল তাৰে ২২ জন বিবাহিত পুৰুষৰ প্ৰত্যেক এজনে আনৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি নিজৰ স্ত্ৰীক প্ৰতাৰিত কৰিছিল আৰু ১৪ শতাংশ পুৰুষ পোৱা গৈছিল যিয়ে নিজৰ স্ত্ৰীৰ পৰা প্ৰতাৰিত হৈছিল। আৰু সমীক্ষাটোত এইটোও স্পষ্ট হৈছিল য পুৰুষে প্ৰতাৰণা কৰাৰ মূল কাৰণ শাৰীৰিক আৰু মহিলাই প্ৰতাৰণা কৰাৰ মূল কাৰণ আছিল ভাৱনাত্মক। মহিলাই যেতিয়া নিজৰ আবেগ অনুভূতিবোৰৰ সহযোগ নাপাই তেতিয়াই নিজৰ সম্পৰ্কৰ বাহিৰত খোজ পেলাই । ইয়াৰ উপৰিও আন কাৰণো আছে যাৰ বাবে নিজৰ স্বামী থকাৰ পিছতো মহিলাই আনৰ সৈতে পৰকীয়া সম্পৰ্ক ৰক্ষা কৰিবলৈ বাধ্য হয়।

Walking style identify characters of a girl

১) যদিহে মহিলাই নিজৰ স্বামী নাইবা বইফ্ৰেণ্ডৰ পৰা আপোন আপোন অনুভূতিৰ অভাৱ অনুভৱ কৰে, সন্মানৰ অভাৱ অনুভৱ কৰে, স্বামীৰ পৰা সময় নাপাই তেতিয়া তেওঁ আনৰ কথা বিকল্প ভাবে চিন্তা কৰে। আৰু এই চিন্তাই তেওঁক প্ৰতাৰণা কৰিবলৈ প্ৰেৰণা যোগাই ।

love marriage Vs arrange marriage which is better ?

২) বহু ক্ষেত্ৰত মহিলাই প্ৰতিশোধমূলক ভাবে নিজৰ স্বামী নাইবা সম্পৰ্কত থকা জনক প্ৰতাৰণা কৰে। যদিহে কোনো মহিলাই নিজৰ স্বামী আৰু বইফ্ৰেণ্ডৰ পৰা প্ৰতাৰিত হৈছে তাৰ প্ৰতিশোধ লবলৈ তেওঁকো প্ৰতাৰণা কৰে।

৩) শাৰীৰিক সন্তুষ্টিৰ অভাৱ অনুভৱৰ বাবেও মহিলাই নিজৰ সম্পৰ্কত থকা জনক প্ৰতাৰণা কৰিব পাৰে।

৪) কিছুমান আত্মনিৰ্ভৰশীল মহিলাই নিজৰ স্বাভিমানক ওপৰত ৰাখে আৰু যেতিয়াই তেওঁ নিজৰ স্বাভিমানত বিপদ দেখে তেতিয়া সেই মহিলাই নিজৰ সম্পর্কত থকা জনক এৰিবলৈ সময় নলয়।

৮০ শতাংশ ছোৱালীয়ে কি কাম বেছিকৈ কৰে জানিবলৈ তলত ক্লিক কৰক

৮০% ছোৱালীয়ে এই কাম কৰে যিটো মানুহে নাজানে ! Amazing facts

হিট কমেদি ভিডিঅ’ 😂😂 ডক্টৰ Vs ৰোগী 👇👇

https://youtu.be/S-Zk5oqYLK0

 

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *