five lucky signs of woman

নাৰীৰ এই ৫ অংগ ডাঙৰ হ’লে জানিব তেওঁ ভাগ্যবান !!

 আমি সকলোৱে জানো যে মানুহৰ ভাগ্য আগতে নিৰ্ধাৰণ হৈ থাকে। মানুহে মাত্ৰ সেই লক্ষ্যত উপনীত হ’বলৈ চেষ্টা কৰি গৈ থাকিব লাগে। সৌভাগ্যশালী হোৱাৰ সকলোৰে ইচ্ছা থাকে যদিও কিন্ত কাৰ ভাগ্যত কি লিখা থাকে কোনেও নাজানে । মাত্ৰ মানুহৰ কিছুমান বিশেষ লক্ষণ, বিশেষ কথাৰ দ্বাৰা কাৰ ভাগ্য কেনে অনুমান কৰা যায়। জানি আচৰিত হ’ব যে নাৰীৰ ক্ষেত্ৰত এনে পাঁচোটা চিহ্ন থাকে যাৰ দ্বাৰা নাৰীৰ ভাগ্য জানিব পাৰি। নাৰীৰ পাঁচ অংগ যদিহে ডাঙৰ আৰু দীঘলীয়া হয় ; নাৰী সৌভাগ্যৰ অধিকাৰী হয় , তেনে নাৰীয়ে নিজৰ লগতে পৰিয়ালৰ সুখ আৰু সমৃদ্ধি কঢ়িয়াই লৈ আহে,  এই আংগিক চিহ্ন সমূহ হৈছে :-

১) দীঘলীয়া ডিঙি ( Long neck) :- সকলো নাৰীৰ ডিঙি একে সমান নহয় কাৰোবাৰ চুটি আৰু আন কাৰোবাৰ দীঘলীয়া। যিসকল নাৰীৰ  ডিঙি দীঘলীয়া হয় তেওঁলোক অত্যন্ত ভাগ্যশালী হয়।

 ২) দীঘল চুলি ( Long hair) :-

 5 lucky signs of woman

 যিসকল নাৰীৰ চুলি দীঘল সেই সকল নাৰীয়ে নিজৰ মা দেউতাৰ পৰিয়ালৰ লগতে স্বামীৰ পৰিয়ালৰ সুখ সমৃদ্ধি কঢ়িয়াই লৈ আহে। এই নাৰী যি পৰিয়ালত থাকে সেই পৰিয়ালৰ টকা পইছা, ধান ধন নদন বদন হৈ পৰে।

৩) দীঘলীয়া নাক ( Long nose) :-

5 lucky signs of woman

 যিসকল নাৰীৰ দীঘল নাক থাকে তেওঁলোক বুদ্ধিমান হয়। কোৱা হয় নাক মোহাৰিলেই তেওঁলোকৰ বুদ্ধি ওলাই। তেওঁলোকে সকলো সমস্যা শান্ত মগজুৰে সমাধান কৰিব পাৰে। তেওঁলোকৰ টকা খৰছ কৰাৰ প্ৰৱণতা বেছি থাকে যদিওবা অযথা কামত টকা খৰছ নকৰে।

৪) ডাঙৰ চকু ( Bold eye) :-

Symbolic signs of girl to be lucky !!

ডাঙৰ চকু যিসমূহৰ থাকে তেওঁলোক দেখিবলৈ ধুনীয়া হয়। তেওঁলোকে স্বামীক অত্যন্ত মৰম কৰে আৰু সুখত ৰাখিবলৈ তৎপৰ থাকে। এওঁলোক যি গৃহত প্ৰৱেশ কৰে সেই গৃহত আৰ্থিক নাটনি কেতিয়াও নহয়।

৫) দীঘলীয়া আঙুলি ( Long finger) :- যিসকল নাৰীৰ দীঘলীয়া আঙুলি থাকে তেওঁলোক অত্যন্ত বুদ্ধিমান হয়, লিখা পঢ়াত অত্যন্ত পাকৈত হয়। এওঁলোকে টকা পইচা সাঁচি ৰাখিব জানে। এওঁলোকৰ পৰিয়াল সদায় সুখী হয়।

সচাঁ প্ৰেমৰ চিহ্নসমুহ জানিবলৈ তলত ক্লিক কৰক 

প্ৰকৃত ভালপোৱাৰ ১২ টা লক্ষণ !! সচাঁ প্ৰেমে কি বিচাৰে ?

Share it with:

1 Comment

Leave a Reply

Your email address will not be published. Required fields are marked *