fatty girls are more better as wife than slim girls

ক্ষীণ নে শকত ছোৱালী বিয়া কৰাব ? এই গোপন কথা জানিলে আচৰিত হ’ব !

  বৰ্তমান সময়ত বেছিভাগ ল’ৰাই ক্ষীণ ছোৱালী পছন্দ কৰে। ছোৱালীয়েও আনক আকৰ্ষিত কৰাৰ বাবে শৰীৰ সদায় ফিট আৰু শ্লীম ( Fit and slim) কৰি ৰাখিবলৈ যত্ন লয়। কিন্তু এটা কথা ঠিক যে সকলোৰে পছন্দ একে নহয়। কিছুমান ল’ৰাই ক্ষীণ ছোৱালী আকৌ কিছুমানে শকত ছোৱালী পচন্দ কৰে।

marry fatty girl as they are more intelligent than thin girls

 সেয়ে পছন্দ সদায় নিজৰ ওপৰত। কিন্তু জানি লব যে শকত ছোৱালী দেখিবলৈ বেছি ধুনীয়া। শকত ছোৱালী বিয়া কৰিলে বহুত বেছি সুবিধা থাকে। শকত ছোৱালী সকলো সময়তে সুখী থাকে আৰু সুখী থাকিবলৈ চেষ্টা কৰে , তেঁওলোক সৰল স্বভাৱৰ হয়। তেঁওলোকে তেঁওলোকৰ আত্মীয় স্বজনকো সুখী ৰাখিবলৈ যত্ন কৰে। এনে ছোৱালীয়ে নিজৰ মনৰ কথা শুনে আৰু আৱেগিক প্ৰৱণতাৰ হয়। বিভিন্ন গৱেষণাত প্ৰকাশ যে শকত ছোৱালী বিয়া কৰিলে বেছি সুখী হ’ব পৰা যায়।

fatty girls are more better than slim girls as wife

১) শকত ছোৱালী আত্মকেন্দ্ৰিক নহয় , তেওঁলোকে নিজৰ লগতে আনৰ কথাও ভাবে, পৰিয়াল আৰু স্বামীৰ গুৰুত্ব এওঁলোকৰ বাবে প্ৰধান উদ্দেশ্য। এনে ছোৱালী যেতিয়া বোৱাৰী হৈ পৰে তেওঁ তেওঁৰ স্বামীৰ লগতে স্বামীগৃহৰ সকলোকে সন্মান আদৰ বেছি কৰে । তেওঁ সকলো সময়তে স্বামী আৰু পৰিয়ালক সুখত ৰাখিবলৈ যত্নপৰ হয়।

২) ছোৱালীৰ বিয়াৰ পিছত বহু দায়িত্ব বাঢ়ি যায়, নিজৰ ঘৰত কোনো কাম কৰি নোপোৱা ছোৱালী শহুৰৰ ঘৰত সমস্ত কামৰ দায়িত্ব লব লগা হয়। কোৱা হয় যে শকত ছোৱালীয়ে এই সমস্ত দায়িত্ব সোনকালেই বুজি পাই আৰু পালন কৰে। কাৰণ এওঁলোকে আনৰ সেৱা কৰি ভাল পাই।

marry fatty girls as they are intelligent

৩) শকত ছোৱালী বেছি বুদ্ধিমান হয়; কিন্তু মানুহে ওলোটা ভাবে যে শকত ছোৱালী  বুদ্ধিমান নহয় বুলি, যি এটা সম্পূৰ্ণ ভুল ধাৰণা। শকত ছোৱালীৰ কোনো কামত এলাহ নাথাকে। যিকোনো কাম আনন্দৰে কৰে আৰু কঠিন কামো সহজতে কম সময়তে কৰিবৰ সামৰ্থ ৰাখে।

৪) শকত ছোৱালী ৰন্ধা বঢ়াত ক্ষীণ ছোৱালীৰ তুলনাত পাকৈত। লগতে শকত ছোৱালী বোৱাৰী হোৱাৰ পিছত নিজৰ লগতে পৰিয়ালৰ খোৱা লোৱাত খুব গুৰুত্ব প্ৰদান কৰে। 

 সেইবুলি ক্ষীণ ছোৱালী বিয়া কৰিব নালাগে তেনে কথা কোৱা হোৱা নাই, পছন্দ সকলোৰে বেলেগ আৰু বহু ক্ষীণ ছোৱালীৰ বহু মহৎ গুণ থাকে।

নিজৰ প্ৰেম কিমান সচাঁ জানিবলৈ ভালপোৱা জনক এই তিনি প্ৰশ্ন কৰক ; কি প্ৰশ্ন জানিবলৈ তলত ক্লিক কৰক

ভালপোৱা জনক সোধক এই ৩ প্ৰশ্ন বুজিবলৈ প্ৰেমৰ গভীৰতা !!

Share it with:

2 Comments

  1. আপোনাৰ কথাত কোনো যুক্তি নাই। অৰ্থ নাইকিয়া কথা কৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *