plant a blue plant before durga puja to get more blessings

দুৰ্গা পূজাৰ আগত এজোপা গছ ৰোপন কৰিলে ভাগ্য সলনি হৈ যাব!!

plant a blue plant before durga puja to get more blessings

দুৰ্গা পূজা আৰম্ভ হ’ব ইংৰাজী ১১ অক্টোবৰ ২০২১ ৰ পৰা। এইবাৰ দুৰ্গা পূজাৰ আগতে এবিধ গছপুলি ঘৰত ৰোপন কৰিলে ভাগ্য উদয় হব ; মা দূৰ্গাৰ আশীৰ্বাদ প্ৰাপ্তি কৰিব পাৰিব আৰু মা দূৰ্গাৰ আশীৰ্বাদ আপোনাৰ ঘৰখনত বিৰাজ কৰিব আৰু যদিহে এই গছ আপোনাৰ ঘৰত ইতিমধ্যে আছে তেন্তে অত্যন্ত মঙ্গল বুলি বিশ্বাস কৰিব পাৰে।

Plant one blue plant before durga puja and get blessings of ma durga

   কিয়নো গছৰ ফুল বিভিন্ন দেৱ দেৱীৰ পূজাৰ সময়ত ব্যৱহাৰ কৰা হয়। এই অপৰাজিতা নামৰ লতা হৈছে মা দূৰ্গাৰ অন্য এক নাম। এই অপৰাজিতাৰ ফুল আৰু শিপাৰ মান্যতা সমান।

বাস্তুশাস্ত্র অনুসৰি এই গছ ঘৰৰ নিৰ্দিষ্ট কোণত থাকিলে বা ৰুলে ভাগ্য সিদ্ধি হয়। আৰু যদি শুক্ৰবাৰ বা সোমবাৰ অথবা  কোনো এটি পূৰ্ণিমাৰ দিনত এই ফুল গছ লগাব পাৰে তেতিয়া বেছি মঙ্গল বুলি কোৱা হয়।

Earn more blessing of ma durga by planting a blue plant before durga puja অপৰাজিতাৰ বগা বা নীলা দুই ধৰণৰ প্ৰজাতিয়ে ঘৰৰ উত্তৰ পূব কোণত ৰোপন কৰা অতি মঙ্গল। আৰু উত্তৰ পূব কোণত খালি ঠাই নাথাকিলে ঘৰৰ উত্তৰ দিশ নাইবা পূব দিশে ৰোপন কৰিলেও কোনো অমংগল নহয় । যাৰ ফলত মা দুৰ্গা দেৱীৰ বিশেষ কৃপা লাভ কৰিব, ঘৰখনৰ অপাই অমংগল দূৰ হব, ঘৰখনলৈ আহিব লগা বিপদ দূৰ হ’ব । ইয়াৰ উপৰিও এনে গছ ঘৰত থাকিলে ঘৰখনত মা লক্ষ্মী দেৱীৰ আশীষ থাকে বুলি সৰ্বজন বিধিত।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *