WHAT SHOULD DO AND DONT IN GANESH CHATURTHI PUJA IN INDIA

গণেশ চতুৰ্থীৰ ৰাতি ভুলটো এই কাম নকৰিব ! কি কৰিলে ভক্তৰ বেছি  লাভ  হ’ব ? কি কি ৰাশিৰ লোকৰ ভাল দিন আহিব ??

 

WHAT SHOULD DO AND DO NOT IN GANESH CHATURTHI PUJA

  এইবাৰ গণেশ চতুৰ্থী ১০ ছেপ্টেম্বৰ ২০২১ ৰ শুক্ৰবাৰে। শুক্ল পক্ষৰ চতুৰ্থী তিথি ভাদমাহত গণেশ চতুৰ্থী পালন কৰা হয়। এয়া ভগৱান গণেশৰ জন্ম দিন। এই ভগৱান গণেশ হৈছে জ্ঞান আৰু সমৃদ্ধিৰ দেৱতা। হিন্দু ধৰ্ম অনুসৰি গণেশ বাবা  সিদ্ধিদাতা, বাধা বিঘিনি নাশকাৰী, অৰ্থ আৰু জ্ঞানৰ দেৱতা ৰূপে মান্যতা আৰু বিশ্বাস কৰা হয়। বিশ্বাস মতে শিৱ আৰু পাৰ্বতী ৰ পুত্ৰ গজানন গণেশ এই দিনটোত মৰ্ত্যলৈ নামি আহে তেওঁৰ ভক্ত সকলৰ মনোবাঞ্চা পূৰণ কৰিবলৈ। 

WHAT SHOULD DO AND DO NOT IN GANESH CHATURTHI TO GET MORE BLESSINGS OF GANESH

 ভগৱান গণেশ অতি দয়ালু তেওঁ ভক্তৰ অকণমান প্ৰাৰ্থনাতে সন্তুষ্ট হয়। মানসিক শক্তি , পৰিয়ালৰ সুখ শান্তি, উপাৰ্জন বৃদ্ধিৰ দেৱতা হ’ল এই গণপতি বাবা। যিজন লোকে প্ৰতিদিনে গণপতি বাবাৰ স্তুতি কৰে তেওঁৰ জীৱনৰ সকলো সমস্যা দূৰ হয় বুলি বিশ্বাস আছে।

 হিন্দু ধৰ্ম পুৰাণ মতে ভক্তৰ মনোবাঞ্চা পূৰণ কৰিবলৈ অৱতীৰ্ণ হৈছিল ভগৱান গণেশ বাবা। সেয়ে এই দিনত গণেশ বাবাক সন্তুষ্ট কৰিব পাৰিলে ভক্তৰ মনৰ আশা পূৰণ হয়।

WHAT TO DO AND DO NOT IN GANESH CHATURTHI PUJA FOR MORE BLESSINGS

এই দিনত কি কৰিলে ভক্ত সকলে সুফল পাব ??

১) এই দিনটোত ৰাতিপুৱা সোনকালে শুই উঠি শুভ্ৰ বস্ত্ৰ আদি পৰিধান কৰি ভগৱান গনেশৰ ওচৰত শুদ্ধ প্ৰদিপ জ্বলাই মনৰ কথা ব্যক্ত কৰি পাৰ্থনা কৰিব। লগতে গণপতি বাবাৰ অতি প্ৰিয় দুৱৰী বন ২১ ডাল ভালদৰে বান্ধি গণেশৰ বাওঁ হাতত বা শিৰত অৰ্পণ কৰিব। এনে কৰিলে অসম্পূৰ্ণ কাম সম্পূৰ্ণ হয়।

WHAT TO DO AND DO NOT IN GANESH CHATURTHI FOR MORE BLESSINGS ?GIVE WORSHIP WITH MANGOE AND DUWARI LEAFS TO GANESH

 

২) এই দিনটোত গণেশ বাবাক নিবেদন কৰক বেলপাত ; বেলপাত অবিহনে ভগৱান গণেশৰ পূজা সম্পন্ন নহয়। আৰু এই বেলপাত নিবেদন কৰাৰ ফলত জীৱনৰ বিফলতা দূৰ হয় । অন্তত তিনিটি বেলপাত লৈ ” ঔম গণ্ গণপত্তিয়ে নমঃ ” এই মন্ত্ৰটি পাঠ কৰি এই বেলপাত নিবেদন কৰক।

 

৩) এই দিনত ভগৱান গণেশৰ পূজা কৰিলে পানৰ পাত আৰু তামোল নিবেদন কৰিব। এনে কৰিলে গণপত্তিয়ে অত্যন্ত সন্তুষ্ট হয় ; ফলত আপোনাৰ বুদ্ধি আৰু সৌভাগ্য বৃদ্ধি হব।

GIVE WORSHIP OF BETEL LEAF AND BILVA LEAFS TO GANESH TO GET MORE BLESSINGS

 

৪) এই দিনত ভগৱান গণেশৰ পূজা কৰোঁতে গণেশৰ প্রিয় প্ৰসাদ বুন্দিয়া লাড়ু কলৰ পাতত বাৰুকৈয়ে নিবেদন কৰিব। এনে কৰিলে গণেশ সন্তুষ্ট হয় কিয়নো গণেশে প্রিয় প্ৰসাদ কলৰ পাতত দিয়াটো পছন্দ কৰে। লগতে আগলটি কলৰ পাতত পাছ প্ৰকাৰৰ ফল নিবেদন কৰিলে ভগৱান গণেশৰ কৃপা দৃষ্টি লাভ হয়। আৰু ভক্তৰ সকলো মনোকামনা শীঘ্ৰে পূৰ্ণ হয়।

৫) ভগৱান গণেশৰ পূজাত তেওঁৰ সিংহাসন আম পাতেৰে সজাই দিয়া অত্যন্ত মংগলজনক। কিয়নো এই পাত তেওঁৰ বৰ প্ৰিয়। এই পাতেৰে পূজা কৰিলে অশুভ শক্তিৰ বিনাশ আৰু শুভ শক্তিৰ প্ৰৱেশ ঘটে।

এই দিনত এটি কি কাম ভুলতেও নকৰিব ?

  এই পূজাৰ দিনা ৰাতি ভুলতেও কেইটামান বস্তু দৰ্শনৰ পৰা বিৰত থাকিব নহলে ভগবান গণেশৰ কৃপাৰ পৰা বঞ্চিত হ’ব আৰু জীৱনলৈ নামিব পাৰে ঘোৰ অমানিশা।

NEVER WATCH THE MOON ON THE DAY OF GANESH CHATURTHI OTHERWISE LORD GANESH WILL CURSE YOU

 পৱিত্ৰ গণেশ চতুৰ্থী নিশা কেতিয়াও চন্দ্ৰৰ ফালে নাচাব বা দৰ্শণ নকৰিব। কোৱা হয় যে এই দিনটোত চন্দ্ৰই গণপতি বাবাৰ গজমুখ দেখি হাঁহিছিল আৰু তেতিয়াই গণপতি বাবাই অভিশাপ দিছিল যে যিয়ে এই ৰাতি চন্দ্ৰৰ ফালে চাব বা দর্শন কৰিব তেওঁৰ জীৱনলৈ ঘোৰ অমানিশা আহিব। সেয়ে এই ৰাতি চন্দ্ৰ দৰ্শন নকৰিব আৰু যদিহে ভুলতেও চোৱা যায় তেন্তে গণপতি বাবাক লগে লগে ক্ষমা প্ৰাৰ্থনা কৰিবলৈ নাপাহৰিব। আৰু ভগবান গণেশৰ মহামন্ত্ৰটি ২১ বাৰ জপ কৰিব ” ঔম গণ্ গণপত্তিয়ে নমঃ “। এনে কথাৰ মান্যতাক কেতিয়াও অপৰাগ কৰিব নালাগে। 

কি কি ৰাশিৰ লোকৰ ভাল দিন আহিব ??

  এই গণেশ চতুৰ্থীৰ দিনটোৰ পৰা কেইটিমান ৰাশিৰ লোকৰ ভাল দিন আহিব। এই ৰাশিৰ লোকসকলৰ আগন্তুক সময়ত সকলোতে সুখৰ বতৰা আহিব; ভাগ্যত পৰিবৰ্তন দেখিবলৈ পাব;

THESE ZODAIC SIGNS PEAPLE WILL HAVE VERY GOOD LUCK FROM THE DAY OF GANESH CHATURTHI

  কামত উন্নতি দেখিব; জীৱনলৈ সুখ সমৃদ্ধি আহিব। এই ৰাশি কেইটি হৈছে মেষ ৰাশি, বৃষ ৰাশি, কৰ্কট ৰাশি, তুলা ৰাশি, কন্যা, ধনু, মকৰ আৰু মীন ৰাশি। এই ৰাশিৰ লোকে ব্যৱসায়ত লাভ পাব, ভাগ্যই সহায় কৰিব, চাকৰিৰ যোগ থাকিব , ভ্ৰমণত শুভ ফল পাব আৰু জীৱনত আশাৰ ৰেঙনি আহিব। সেয়ে এই ৰাশিৰ লোক সকলে শৰীৰ পৰিষ্কাৰ কৰি ৰাখিব আৰু যি কামতে হাত দিলেও মনতে ভগৱান গণেশক স্মৰণ কৰিবলৈ নাপাহৰিব।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *