আজি অমবস্যা ৰাতি ১ টকীয়া মুদ্ৰাৰে এনে কাম কৰিলে আৰ্থিক দৈন্যতা দূৰ হব !!

আৰ্থিক অৱস্থা ভাল হবলৈ অমাবস্যা ৰাতি ১ টকা মুদ্ৰাৰে বিষ্ণু আৰু লক্ষ্মী দেৱীক এনেদৰে স্মৰণ কৰক !!

     অকল পূৰ্ণিমা ৰাতিয়ে নহয় অমাবস্যা ৰাতি ভগৱান বিষ্ণু আৰু লক্ষ্মী দেৱী মাক স্মৰণ কৰিলেও ধনে ধানে স্বাৱলম্বী হব পাৰি। কিন্তু এই কাম গভীৰ বিশ্বাসেৰে কৰিব লাগিব। আজি নিশা আপুনি টোপনি যোৱাৰ আগতে এটি এক টকীয়া মুদ্ৰা ভালদৰে পবিত্ৰ জলৰে ধুই শান্তি কৰক আৰু এই মুদ্ৰাতি আপোনাৰ সোঁহাতৰ মুঠিত লৈ প্ৰথমে ভগবান বিষ্ণু আৰু পিছত লক্ষ্মী দেৱীক স্মৰণ কৰি গাৰুৰ তলত ৰাখি শুই থাকক।

                       

   ৰাতিপুৱা শুই উঠি স্নান আদি কৰি শুদ্ধ বস্ত্ৰ পৰিধান কৰক। তাৰ পিছত এই মুদ্ৰাতি আকৌ হাতৰ মুঠিত লৈ পুনঃ আপোনাৰ মূৰৰ ওপৰেদি পিছফালে তিনিবাৰ ঘূৰাই দিয়ক। তাৰ পিছত এই মুদ্ৰাতি খুব সোনকালেই আপোনাৰ ঘৰৰ ওচৰৰ যিকোনো মন্দিৰ এটাত দান কৰি সেৱা ভক্তি জনাই আপোনাৰ মনৰ ভাব ব্যক্ত কৰিলে আপোনাৰ মনোকামোনা পূৰ্ণ হব । লগতে মা লক্ষ্মী দেৱী সন্তুষ্ট হৈ আপোনাৰ আৰ্থিক দৈন্যতা দূৰ কৰিব।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *