ৰাতি এইকেইটা কাম কেতিয়াও নকৰিব নহ’লে ভয়ংকৰ বিপদে পাব !!
আমৰ দৈনন্দিন জীৱনৰ কৰ্ম সমুহ আমি সময়ত কৰিব লাগে সেয়া সকলোয়ে জানো। কেতিয়াবা বহুলোকৰে সময়ৰ অভাৱত বা কৰ্মস্পৃহা নাথাকিলে কিছুমান কাম কৰাত পলম হয় অৰ্থাৎ সময়ত সমাধান নহয়। কিন্তু আমাৰ কুণ্ডলীত কিছু কাম থাকে যিবোৰ কাম সময়ত নকৰিলে আপোনাৰ জীৱনলৈ বা ঘৰলৈ ভয়ংকৰ বিপদ নামিব পাৰে। তাৰেই পাঁচটি কাম দাঙি ধৰা হ’ল :-
১) ৰাতি কেতিয়াও নখ নাকাটিব নহ’লে মা লক্ষ্মী আপোনাৰ ঘৰ ত্যাগ কৰিব।
২) ৰাতি তুলসী পাত নিচিঙিব বা চুব নালাগে। কিয়নো দিনৰ ১২ বজাৰ পিছত তুলসী পাত চুবই নাপায়। মাংগলিক কামৰ বাবে যদি তুলসী পাত প্ৰয়োজন হয় তেনেহলে দিনৰ ১২ বজাৰ আগতেই গা ধুইহে চিঙিব।
৩) বৃহস্পতি বাৰে কেতিয়াও দাড়ী চুলি কটাব নাপায় কিয়নো বৃহস্পতি বাৰক গুৰুবাৰ হিচাপে পালন কৰিব লাগে। এই বাৰত চুলি দাড়ী আৰু নখ কটালে দেৱ-দেৱী অসন্তুষ্ট হব পাৰে।
৪) ৰাতি কেতিয়াও ঘৰ ঝাড়ু দিব নাপায়। সন্ধিয়া হোৱাৰ আগতেই ঘৰ ঝাড়ু দি ধুপ ধূনা জ্বলাব লাগে। কাৰণ সন্ধিয়া লক্ষ্মীৰ আগমন ঘটে। আৰু সেয়ে সন্ধিয়া বা ৰাতি ঘৰ ঝাড়ু দিলে ঘৰ সোমোৱা লক্ষ্মী আতৰ হব পাৰে।
৫) ব্যাৱসায়ী সকলে কেতিয়াও ৰাতি ব্লেড , কাপোৰ সিয়নী আৰু চুন বিক্ৰী কৰিব নালাগে ।এনে কৰিলে দেহত অচিন ৰোগৰ আবিৰ্ভাৱ হ’ব পাৰে।