পৰাজয়ৰ পিছত পত্নীয়ে এৰিব কিয় ডোনাল্ড ট্ৰাম্পক !!

পৰাজয়ৰ পিছত পত্নীয়ে এৰিব কিয় ডোনাল্ড ট্ৰাম্পক !!

   আমেৰিকা যুক্তৰাষ্ট্ৰৰ সদ্য সমাপ্ত ৰাষ্ট্ৰপতি নিৰ্বাচন ত জৌ বাইডেনৰ হাতত পৰাস্ত হোৱা ডোনাল্ড ট্ৰাম্পৰ বেয়াদিনে লগ এৰা নাই ।

 

  শুক্ৰবাৰে বিবিচি নিউজৰ এক সাক্ষাৎকাৰ যোগে ট্ৰাম্পৰ পত্নীৰ এগৰাকী অন্তৰংগ বান্ধৱী ষ্টেফানী উইনষ্টনে দাবী কৰে যে ট্ৰাম্পৰ পৰাজয় হোৱা বাবে পত্নী মেলানিয়াই ট্ৰাম্পৰ সৈতে বিবাহ বিচ্ছেদ কৰিব অতি শিঘ্ৰে । কিয়নো ট্ৰাম্প আৰু মেলানিয়াৰ বৈবাহিক সম্পৰ্ক এক বানিজ্যিক চুক্তিহে আছিল।

 

   ষ্টেফানীয়ে দাবী কৰা মৰ্মে বিবাহ সূত্ৰে ফাৰ্ষ্ট লেডি মেলানিয়াই ট্ৰাম্পৰ সৈতে হোৱাইত হাউচত আছিল যদিও তেওঁ লোক পৃথকে আছিল।

  ষ্টৈফানীয়ে আৰু দাবী কৰে যে এই বিবাহ বিচ্ছেদৰ বাবে অপেক্ষা মাত্ৰ জৌ বাইডেন হোৱাইত হাউছ ত প্ৰবেশ কৰালৈকেহে ।

  অবশ্যে এই বিষয়ত এতিয়াও একো মন্তব্য প্ৰকাশ কৰা নাই মেলানিয়াই

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *