Featured Video Play Icon

ননৈ নদীত উটিছে পুনঃ অৰ্ধগলিত মৃতদেহ

ননৈ নদীত উটিছে পুনঃ অৰ্ধগলিত মৃতদেহ:-

  আজি দিনৰ ভাগত দৰঙ জিলাৰ চিপাঝাৰ থানাৰ অন্তৰ্গত হাপামাৰা অঞ্চলত ননৈ নদীত উটি অহা পৰিলক্ষিত হয় এটি মৃতদেহ |

এই দৃশ্য প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে আৰু ততাতৈয়াকৈ আৰক্ষীক খৱৰ কৰি মৃতদেহ টি উদ্ধাৰ কৰে।

    স্থানীয় ৰাইজৰ মতে মৃতদেহ টো প্ৰায় চাৰি দিন মান আগৰ। আৰু ফেচবুকত কোনোবাই আপডেট দিয়াৰ পিছতহে ওলাল মৃতদেহটো টংলা অঞ্চলৰ বুলি। বৰ্তমান মৃতদেহতো টংলা আৰক্ষী চকী লৈ লৈ যোৱা হৈছে

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *