আপোনাৰ গৰু ছাগলী কেইটাৰ আধাৰ কাৰ্ড আছেনে ??

         আপোনাৰ গৰু ছাগলী কেইটাৰ আধাৰ কাৰ্ড আছেনে ??

    কেন্দ্ৰীয় চৰকাৰে এক বিজ্ঞপ্তি যোগে পোহনীয়া গৰু-ছাগলীৰ আধাৰ কাৰ্ড বাধ্যতামূলক কৰিছে। এই আধাৰ কার্ড ১২ তা অংকৰ হব। আধাৰ সম্পূর্ণ হোৱাৰ লগে লগে জীৱটোৰ কাণত লগাই দিয়া হব আধাৰ নং সন্নিবিষ্ট হালধীয়া ‘টেগ’ ।


    এই আধাৰ কাৰ্ডত জন্তু টোৰ জন্ম তাৰিখ আৰু মালিকৰ নাম। এতিয়ালৈ চাৰি কোটি জীৱ জন্তুৰ আধাৰ কাৰ্ড প্ৰস্তুত হৈছে বুলিও জনোৱা হৈছে।

   আৰু আধাৰ কাৰ্ডৰ ফলত বিভিন্ন সুবিধা লাভ কৰিব জীৱ জন্তুৰ মালিকে। তিকাকৰণ , বীমা আৰু বিক্ৰীৰ সুবিধা ইত্যাদি লাভ কৰিব জন্তুৰ মালিকে।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *