ঘৰৰ পইতাচোৰা খেদাৰ গেৰান্টি ঘৰুৱা উপায়:-     পইতাচোৰা ই হয়তো সকলোকে এদিন হ’লেও এদিন আমনি দিছে। কেতিয়াবা পাকঘৰৰ খাদ্যৰ ওপৰত উঠি আপোনাৰ খাদ্যত বিষক্ৰিয়া সৃষ্টি কৰিব নহ’লে বাকচৰ ভিতৰৰ আপোনাৰ পচন্দৰ কাপোৰ জোৰ কুটিব। তাৰ উপৰিও আপোনাৰ ঘৰত বেছিকৈ এইবিধ অহা-যোৱা কৰিলে দেহৰ এলাৰ্জি ৰোগ ও হ’ব পাৰে। সেয়েContinue Reading

Share it with: