পুনৰ নিৰ্দেশ নিদিয়ালৈ দৰঙ জিলাত ১৪৪ ধাৰা জাৰি তাৎক্ষণিক ভাবে বলবৎ হোৱাকৈ জিলা দণ্ডাধিশে সমগ্র জিলা খনতে শান্তি সম্প্ৰতি অটুট ৰাখিবলৈ ১৪৪ ধাৰা জাৰি কৰিছে। এই ধাৰা মৰ্মে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপঠত কোনো ধৰণৰ শোভাযাত্ৰা, ধৰ্ণা আৰু পথ অৱৰোধ কৰিব নোৱাৰিব। দৰঙ জিলাৰ উপযুক্ত ৰ কাৰ্যালয়ত অকৰ্তৃত্বশীল ব্যক্তিৰ প্ৰবেশ নিষিদ্ধৰContinue Reading

Share it with: