সিমিত উপস্থিতিৰে অনুষ্ঠিত হব এইবেলিৰ পাচেতি উৎসৱ:-     সমগ্র বিশ্বতে কৰনা অতিমাৰীৰ সন্ত্ৰাসৰ বাবে এইবেলিৰ দৰং জিলাৰ খটৰা সত্ৰত অনুষ্ঠিত হব লগা  “পাচেতি উৎসৱ সত্ৰীয়া পৰম্পৰা আৰু ধৰ্মীয় সাত্বিকতা ৰক্ষাৰে সিমিত ভকত-বৈষ্ণৱ ও কলা -কুশলীৰ অংশগ্ৰহণ ৰে অনুষ্ঠিত হব আৰু  অনুষ্ঠিত নহয় পাচেতি মেলা ” বুলি সত্ৰ পৰিচালনাContinue Reading

Share it with: