Male infertility and its solution

   মানুহ ৯২ বছৰ বয়সতো পিতৃ হোৱাৰ অভিলেখ আছে গ্ৰীনিছ বুকত যদিওবা ৫০ বছৰৰ পিছত পিতৃ হোৱা লোক খুব কম দেখা যায়। সেইবুলি যেনেকৈ ৪৫ বছৰৰ পিছত মহিলাৰ ঋতুস্ৰাৱ বন্ধ হৈ মা হ’ব নোৱাৰা হয় ঠিক তেনেকৈ পুৰুষ এজন পিতৃ হোৱা কথাটো একে নহয় , ই সম্পূৰ্ণ পৃথক। বয়সৰ লগেContinue Reading

Share it with:
MALE AND FEMALE INFERTILITY SOLUTION

  অনেক দম্পত্তিয়ে বিয়াৰ পিছত এটি অতি মৰমলগা , ফুটফুটীয়া সন্তানৰ অপেক্ষা কৰে। আৰু বহুতৰে গৰ্ভধাৰণ বহু সোনকালে হৈ যায় , আন বহুতৰে বহু চেষ্টা কৰিলেও গৰ্ভধাৰণ সফল হৈ নুঠে। আন বহু দম্পত্তিয়ে এবছৰ দুবছৰ চেষ্টা কৰি হতাশাত ভুগিবলৈ আৰম্ভ কৰে। এনে সমস্যাৰ পৰা দূৰৈত থাকিবলৈ আৰু সমস্যাটি সমাধান কৰিবলৈContinue Reading

Share it with: