REASON BEHIND POOR AND RICH

  এই সংসাৰত এনে কিছুমান মানুহ থাকে যিসকল জন্মৰ পৰাই বিভিন্ন সমস্যাত জৰ্জৰিত হৈ থাকে ; কোনোবা অন্ধ , কোনোবা কণা , খোৰা আদি হৈ জনম লয়, আৰু আন কাৰোবাৰ সৈতে এই সমস্যা সমূহ জীৱনৰ আধাবাটত ঘটে। কোনোবা অকাল মৃত্যু বৰণ কৰে আৰু কোনো জীৱনৰ শৈশৱৰ পৰাই নৰক যন্ত্ৰণা পাবলৈContinue Reading

Share it with:
in which home baby child born

  আজি একবিংশ শতিকা অগ্ৰগামী হলেও আমি এনে এখন সমাজত বসবাস কৰো যত আজিও কিছু লোকৰ ঘৰত কন্যা সন্তান জন্ম হলে দুখৰ ছাঁ পৰে । আমি এনে সমাজত বাস কৰো যি আজিও পুৰুষ প্ৰধান। সেয়া হোৱাৰ কাৰণ বেলেগ একো নহয়, একমাত্ৰ কাৰণ হৈছে মানুহৰ অজ্ঞানতা, যাৰ ফলত সমাজৰ কিছু মানুহেContinue Reading

Share it with: