SYMPTOMS OF HYPOTHYROIDISM

থাইৰয়ডৰ যে আপোনাৰ সমস্যা আছে কেনেকৈ বুজিব ??    থাইৰয়ড হৰমন ডিঙিত থকা থাইৰয়ড গ্ৰন্থিৰ পৰা ক্ষৰণ হয়। এই গ্ৰন্থি ডিঙিৰ শ্বাস প্ৰশ্বাস নলীত এটী পখিলাৰ দৰে লাগি থাকে। এই গ্ৰন্থিৰ আটাইতকৈ দৰকাৰী কাম হ’ল হৰমন ক্ষৰণ কৰা আৰু এই ক্ষৰিত হৰমনক নিয়ন্ত্ৰণ কৰি ৰখা। এই থাইৰয়ড হৰমনৰ মুখ্য কামContinue Reading

Share it with: