তলত উল্লেখিত পোন্ধৰ বিধ খাৰকীয় খাদ্য প্ৰতিদিনে সেৱন কৰক আৰু নিৰোগী হৈ থাকক :- ১. নেমু :- প্ৰচুৰ পৰিমাণে পটাচিয়াম আৰু মেগনেছিয়াম নামৰ খাৰকীয় খনিজ লবন থাকে । তদুপৰি কেলচিয়াম আইৰন ভিটামিন A , C, B1 , B3 , B5 , B6 নেমুত পোৱা যায় । নেমুৰ বেক্টেৰিয়া আৰু ভাইৰাছContinue Reading

Share it with: