ভেদেইলতা স্বাস্থ্য উপকাৰী কিন্তু খাব লাগে কেতিয়া ??  Dr Az Ahmed   সংস্কৃত নাম গন্ধ প্ৰচাৰিণী আৰু Paederia foetida বৈজ্ঞানিক নামেৰে জনাজাত এই ভেদেইলতাৰ পাত এক উৎকৃষ্ট ব্যঞ্জন হিচাপে ঘৰে ঘৰে ব্যৱহাৰ হৈ আহিছে। ইয়াৰ উপৰিও এই লতাৰ শিপা আৰু পাতৰ বহুতো স্বাস্থ্য উপকাৰ আছে বাবে এই লতা নানা ধৰণৰContinue Reading

Share it with: