ফটা গোৰোহায় সমস্যা কৰিছে নেকি ?? চিন্তা নকৰিব তিনিদিনৰ ভিতৰত ভাল হব:- শীত কালত কম বেছি পৰিমাণে প্ৰায় লোকে এইটো সমস্যাত ভোগা দেখা যায়। সমাধান আগবঢ়োৱাৰ আগতে প্ৰথমতে জানিব লগা কথা হৈছে যে গোৰোহা কিয় ফাট মেলে। বিভিন্ন কাৰণত আপোনাৰ গোৰোহা ফাটিব পাৰে যদিও মূল কাৰণ কেইটি হল :-  Continue Reading

Share it with: