যদিহে দেহত এই পৰিৱৰ্তন দেখিছে ই brain tumor ও হব পাৰে:-  ১) মূৰৰ বিষ (hedache) :- বিভিন্ন কাৰণ যেনে চাইনাচিটিছ, মাইগ্ৰেইণ, জ্বৰ আদিত ও মূৰৰ বিষ হয় যদিওবা সঘনাই হোৱা প্ৰচণ্ড মূৰৰ বিষ যদিহে ৰাতিপুৱা বাঢ়িছে, ব্যায়াম কৰাৰ পিছত বাঢ়িছে, কাহ উঠাৰ পিছত বাঢ়িছে তেন্তে ই এক সাধাৰণContinue Reading

Share it with: