LORD KRISNA QUOTES

  ভগৱান শ্ৰীকৃষ্ণই মহাভাৰতত কলিযুগ সম্পৰ্কে অৰ্থাৎ কলিযুগৰ মানুহ কেনে হ’ব, মানুহৰ জীৱন কেনেকৈ অতিবাহিত হ’ব, ইজন মানুহৰ ব্যৱহাৰ অইনজনৰ প্ৰতি কেনেকুৱা হ’ব এই সকলো বিষয় বিস্তাৰিত ভাবে বৰ্ণনা দি থৈ গৈছিল। আৰু সেই বৰ্ণনা বৰ্তমান সত্য বুলি প্ৰমাণিত হৈ গৈ আছে। মহাভাৰত কালত পঞ্চপাণ্ডৱৰ কলিযুগ সম্পৰ্কে জনাৰ ইচ্ছা জন্মিছিল,Continue Reading

Share it with: